ETV Bharat / state

নামতহে বিদ্যালয়, বৰ্তমান বাসগৃহত পৰিণত

হাইলাকান্দি জিলাৰ কাটলিছেড়া শিক্ষা ব্লকৰ গাৰদ পুঞ্জি প্ৰাথমিক বিদ্যালয়খন বৰ্তমান মৃতপ্ৰায় কিয়নো বিদ্যালয়ত শিক্ষকৰ অভাৱ ৷ ২০১৪ চনৰ পৰাই পাঠদান বন্ধ হৈ পৰাৰ ফলত বিদ্যালয়গৃহ বাসগৃহলৈ পৰিণত হৈছে ৷

বাসগৃহত পৰিণত এখন বিদ্যালয়
author img

By

Published : May 14, 2019, 7:27 PM IST

হাইলাকান্দি, 14 মে': হাইলাকান্দি জিলাৰ কাটলিছেড়া শিক্ষা ব্লকৰ ৫০০ সংখ্যক গাৰদ পুঞ্জি প্ৰাথমিক বিদ্যালয় ছাত্ৰ - ছাত্ৰী আৰু শিক্ষক - শিক্ষয়িত্ৰীৰ অভাৱত বাসস্থানলৈ পৰিণত হৈছে ৷ এজনো ছাত্ৰ - ছাত্ৰী আৰু শিক্ষক - শিক্ষয়িত্ৰীৰ অভাৱৰ বাবে ২০১৪ চনৰ পৰাই স্কুলখনত বন্ধ হৈ আছে পাঠদান ৷ যোৱা ৫ বছৰৰ পৰা শিক্ষা বিভাগে বিদ্যালয়খনত কোনো শিক্ষক নিয়োগ নকৰাত শতাধিক ছাত্ৰ - ছাত্ৰী থকাৰ পাছতো বন্ধ হৈ পৰে বিদ্যালয়খন ৷

বাসগৃহত পৰিণত এখন বিদ্যালয়

গাঁওবাসী ৰাইজে বহু আবেদন - নিবেদন কৰাৰ পাছতো শিক্ষা বিভাগে এজনো শিক্ষক নিদিয়াৰ ফলত বৰ্তমানত স্কুলখন ৰূপান্তৰিত হৈছে বাসগৃহলৈ ৷ চৰকাৰৰ অবহেলাৰ ফলত ৰাজ্যৰ বহু অঞ্চলত এনে বহুসংখ্যক বিদ্যালয় এতিয়া মৃতপ্ৰায় অৱস্থাত ৷

Intro:SLUG:-কাঠলিছেড়াৰ বিদ্যালয়ত বাসস্থান।Body:O/C :: হাইলাকান্দি জিলাৰ কাটলিছেড়া শিক্ষাব্লকৰ ৫০০ নম্বৰ গাৰদ পুঞ্জি প্ৰাথমিক বিদ্যালয়। নামত বিদ্যালয় হলেও বৰ্তমানত বাসগৃহত পৰিণত হৈছে বিদ্যালয়খন। বৰ্তমানে স্কুল খনত নাই কোন ছাত্ৰ-ছাত্ৰি অথবা শিক্ষক-শিক্ষিকা। উল্লেখ ২০১৪ চনৰ পৰা স্কুলখনত বন্ধ আছে পাঠদান। শতাধিক ছাত্ৰছাত্ৰি থকাৰ পিছতো যোৱা ৫ বছৰৰ পৰা শিক্ষা বিভাগে বিদ্যালয়ত দিয়া নাই বিদ্যালয়ত কোন শিক্ষক। গঞায় বহু আবেদনৰ পিছতো শিক্ষা বিভাগে নিদিলে কোন শিক্ষক। দীৰ্ঘ দিনৰ পৰা শিক্ষক শিক্ষিকা ন'থকাৰ বাবে বৰ্তমানত স্কুলখন পৰিণত হৈছে বাসগৃহত। কেৱল মাত্ৰ এইটো বিদ্যালয় হে নহয়। চৰকাৰী অবহেলাত ৰাজ্যত এনেই হাজাৰ হাজাৰ চৰকাৰী পতিত হৈছে মৃত্যু মুখলৈ। Conclusion:V/O::আজব হাইলাকান্দিত গজব বিদ্যালয়
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.