ETV Bharat / state

Worker died in Numaligarh refinery: ট্ৰাকৰ চেপাত মৃত্যু শোধনাগাৰৰ অস্থায়ী শ্ৰমিকৰ

গোলাঘাট নুমলীগড় শোধনাগাৰৰ মাৰ্কেটিং টাৰ্মিনেলত অঘটন ৷ ট্ৰাকৰ চেপাত মৃত্যু এজন অস্থায়ী শ্ৰমিকৰ ৷ মাৰ্কেটিং টাৰ্মিনেলৰ ভিতৰৰ পৰা ওলাই অহা এখন ৱাক্সভৰ্তি ট্ৰাকৰ খুন্দাত মৃত্যু হয় শ্ৰমিকজনৰ ৷ মৃত্যু হোৱা শ্ৰমিকজনৰ নাম ইছুক পানি বুলি জানিব পৰা গৈছে (Worker died in Numaligarh refinery) ৷

author img

By

Published : Dec 24, 2022, 6:54 AM IST

Worker died after hit by truck at marketing terminal of Numaligarh refinery in Golaghat
নুমলীগড় শোধনাগাৰৰ মাৰ্কেটিং টাৰ্মিনেলত ট্ৰাকৰ চেপাত পৰি মৃত্যু অস্থায়ী শ্ৰমিকৰ

  • গোলাঘাটৰ নুমলীগড় শোধনাগাৰৰ মাৰ্কেটিং টাৰ্মিনেলত অঘটন (Marketing terminal at Numaligarh refinery)
  • ট্ৰাকৰ চেপাত মৃত্যু শোধনাগাৰৰ এজন অস্থায়ী শ্ৰমিকৰ (Temporary worker died after being hit by truck)
  • মাৰ্কেটিং টাৰ্মিনেলৰ ভিতৰৰ পৰা ওলাই অহা এখন ৱাক্স ভৰ্তি ট্ৰাকৰ খুন্দাত মৃত্যু হয় শ্ৰমিকজনৰ
  • মৃত্যু হোৱা শ্ৰমিকজনৰ নাম ইছুক পানি বুলি জানিব পৰা গৈছে(Worker died in Numaligar refinery)
  • মাৰ্কেটিং টাৰ্মিনেলৰ ল’ডিং ট্ৰাকত অস্থায়ীভাৱে কৰ্মৰত আছিল শ্ৰমিকজন
  • ঘটনাস্থলীত নুমলীগড় আৰক্ষী উপস্থিত হৈ মুমূৰ্ষু অবস্থাত শ্ৰমিকজনক উদ্ধাৰ কৰি এন আৰ এলৰ বিবেকানন্দ কেন্দ্ৰ হাস্পতাললৈ প্ৰেৰণ কৰে
  • কিন্তু হাস্পতালৰ চিকিৎসকে শ্ৰমিকজনক মৃত বুলি ঘোষণা কৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.