ETV Bharat / state

মেৰাপানীত ক’ভিডত আক্ৰান্ত দুজন - ক'ভিড

দুগৰাকীকৈ ক'ভিড আক্ৰান্ত লোক মেৰাপানী চিকিৎসালয়ত ভৰ্তি হৈছে ৷ আক্ৰান্ত লোকদুজন মেৰাপানীৰ চাওদাং পথাৰৰ বিকাশ গগৈ আৰু পত্নী ৷

two covid cases in merapani
মেৰাপানী কভিড আক্ৰান্ত দুজন
author img

By

Published : Apr 17, 2021, 6:43 PM IST

গোলাঘাট,17 এপ্ৰিল: গোলাঘাটৰ মেৰাপানী চিকিৎসালয়ত চিনাক্ত হৈছে দুগৰাকীকৈ ক'ভিড আক্ৰান্ত লোক ৷ জানিব পৰা মতে, আক্ৰান্ত ব্য়ক্তি দুগৰাকী মেৰাপানীৰ চাওদাং পথাৰৰ বিকাশ গগৈ আৰু পত্নী ৷

উল্লেখযোগ্য় যে,বিকাশ গগৈয়ে মাত্ৰ দহদিনৰ পূৰ্বেহে বেংগালুৰুৰ পৰা অসমলৈ আহিছিল । সম্প্ৰতি দুয়োকে গোলাঘাট ক'ভিড চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷

লগতে পঢ়ক: কৰ’ণাত আক্ৰান্ত কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.