ETV Bharat / state

গোলাঘাটত উদ্ধাৰ দুষ্প্ৰাপ্য কাছ

কৈলাশ জ্যোতি দত্ত আৰু কাকুমণি শইকীয়া নামৰ যুৱক দুজনে নিশা ভাওনা চাই ঘৰলৈ ঘুৰি অহাৰ পথত কাছটো উদ্ধাৰ কৰে৷

গোলাঘাটৰ দুই যুৱকৰ মহানুভৱতা
author img

By

Published : Oct 1, 2019, 12:45 PM IST

Updated : Oct 1, 2019, 2:05 PM IST

গোলাঘাট, 1 অক্টোবৰঃ গোলাঘাটৰ বেঙেনাখোৱাত সোমবাৰে নিশা দুজন যুৱকে পথৰ ওপৰত এটা দুষ্প্ৰাপ্য কাছ উদ্ধাৰ কৰে ৷ কৈলাশ জ্যোতি দত্ত আৰু কাকুমণি শইকীয়া নামৰ যুৱক দুজনে নিশা ভাওনা চাই ঘৰলৈ ঘুৰি অহাৰ পথত কাছটো উদ্ধাৰ কৰে ৷ পৰৱৰ্তী সময়ত যুৱকদ্বয়ে কাছটো বনবিভাগক চমজাই দিয়ে ৷

গোলাঘাটৰ দুই যুৱকৰ মহানুভৱতা

বন বিভাগৰ সহযোগত গোলাঘাট জিলাৰ ঐতিহাসিক আঠখেলীয়া নামঘৰৰ বৰপুখুৰীত কাছটো সংৰক্ষণ কৰা ইচ্ছা প্ৰকাশ কৰে যুৱকদ্বয়ে ৷ উল্লেখ্য যি সময়ত একাংশই বন্য জীৱ-জন্তু হত্যা কৰি বন্য উল্লাস কৰাৰ লগতে এনে জীৱ জন্তু হত্যা কৰি মাংস ভক্ষণ কৰি আহিছে তেনে সময়তে এই দুজন যুৱকে প্ৰদৰ্শন কৰিলে প্ৰকৃতিপ্ৰেমৰ অন্য এক নিদৰ্শন । যুৱক দুজনৰ এই কাৰ্যক কলোৱে শলাগ লৈছে ৷

Intro: গোলাঘাটৰ দুই যুৱকে দেখুৱালে মহানুভৱতা । পথৰ ওপৰত উদ্ধাৰ কৰা এটা দুস্পাপ্য কাছ উদ্ধাৰ কৰি চমজাই দিলে বন বিভাগক । গোলাঘাট বেঙেনাখোৱা গাঁৱৰ কৈলাশ জ্যোতি দত্ত আৰু কাকুমণি শইকীয়াই উদ্ধাৰ কৰে এই কাছটো । নিশা ওচৰৰ এটা নামঘৰত ভাওনা চাই ঘৰলৈ আহোতে পথৰ ওপৰত উদ্ধাৰ কৰে এই দুস্পাপ্য কাছটো । এওঁলোকৰ ইচ্ছা বন বিভাগৰ সহযোগত গোলাঘাট জিলাৰ ঐতিহাসিক আঠখেলীয়া নামঘৰৰ বৰপুখুৰীত কাছটো সংৰক্ষণ কৰা । উল্লেখ্য যি সময়ত একাংশই বণ্য জীৱ জন্তু হত্যা কৰি বণ্য উল্লাস কৰাৰ লগতে এনে জীৱ জন্তু হত্যা কৰি মাংস ভক্ষণ কৰি আহিছে তেনে সময়তে এই দুজন যুৱকে প্ৰদৰ্শন কৰিলে প্ৰকৃতিপ্ৰেমৰ অন্য এক নিদৰ্শন । যুৱক দুজনৰ এই বদান্যতাক সকলোৱে শলাগ লয় ।
Body:Byte_1_উদ্ধাৰ কাৰী যুৱক
Byte_3_স্থানীয় যুৱকConclusion:গোলাঘাট পৰা চামিম আলি , etv Bharat, অসম
Last Updated : Oct 1, 2019, 2:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.