ETV Bharat / state

মনোনয়ন পত্ৰ দাখিলক লৈ গোলাঘাটত উৎসৱমুখৰ পৰিৱেশ

author img

By

Published : Mar 8, 2021, 9:19 PM IST

এফালে যদি অজন্তা নেওগক লগত লৈ হিমন্ত বিশ্ব শৰ্মাৰ পদযাত্ৰা, আনফালে গৌৰৱ গগৈ, ৰকিবুল হুছেইন সহিতে হাতীৰ পিঠিত উঠি বিতুপন শইকীয়াই দাখিল কৰিলে মনোনয়ন পত্ৰ ৷

three-candidates-filed-nomination-at-golaghat
মনোনয়ন পত্ৰ দাখিলক লৈ গোলাঘাটত উৎসৱমুখৰ পৰিৱেশ

গোলাঘাট,8 মাৰ্চ: ৰাজ্যত এতিয়া গৰম হৈ পৰিছে নিৰ্বাচনী বতাহ ৷ সোমবাৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ দিনাই গোলাঘাটৰ আকাশত উৰিল কংগ্ৰেছ আৰু বিজেপিৰ হেলিকপ্টাৰ ৷ মনোনয়ন দাখিলৰ দিনটোতে নিজ নিজ শক্তি প্ৰদৰ্শন কৰিলে বিজেপি আৰু কংগ্ৰেছে৷ এক উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰে গোলাঘাট চহৰত ৷

উল্লেখ্য যে, সোমবাৰে হিমন্ত বিশ্ব শৰ্মাই অগনন সমৰ্থকক লগত লৈ প্ৰায় চাৰি কিলোমিটাৰ পদযাত্ৰা কৰি অজন্তা নেওগক মনোনয়ন পত্ৰ দাখিলৰ সময়ত সংগ দিয়ে ৷ সমান্তৰালকৈ প্ৰায় 2 হাজাৰ সমৰ্থকক লগত লৈ হাতীৰ পিঠিত উঠি গৈ মনোনয়ন পত্ৰ দাখিল কৰিলে গোলাঘাট সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী বিতুপন শইকীয়াই ৷

খুমটাইৰ কংগ্ৰেছ প্ৰাৰ্থী বিস্মিতা গগৈৰ মনোনয়ন দাখিল

ইপিনে অজন্তা নেওগৰ মনোনয়ন দাখিলৰ সময়ত সংগ দিলে মন্ত্ৰী পীযুষ হাজৰিকাই ৷ একেদিনাই মনোনয়ন দাখিল কৰিলে খুমটাইৰ কংগ্ৰেছ প্ৰাৰ্থী বিস্মিতা গগৈয়ে ৷ আনহাতে অসম জাতীয় পৰিষদ দলৰ পৰা মনোনয়ন দাখিল কৰিলে পৱন শইকীয়াই ৷

খুমটাইৰ অজাপ ৰ প্ৰাৰ্থী পৱন শইকীয়াৰ মনোনয়ন দাখিল

লগতে পঢ়কঃ অখিল গগৈ নতুন অসমৰ স্বপ্ন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.