ETV Bharat / state

গোলাঘাটত চুৰিকাণ্ড : লুটি নিলে কেইবা লক্ষাধিক টকাৰ সামগ্ৰী

author img

By

Published : Aug 7, 2020, 4:25 PM IST

গোলাঘাটৰ ৰঙাজানত চুৰিকাণ্ড ৷ 2 খন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা চোৰে লুটি নিয়ে কেইবা লাখ টকাৰ সামগ্ৰী ৷ প্ৰতিষ্ঠানৰ তলা ভাঙি চোৰে লুটিলে সামগ্ৰী তথা নগদ ধন ৷

THEFT IN 2 STORES IN GOLAGHAT
গোলাঘাটত চুৰিকাণ্ড, চোৰে লুটিলে কেইবা লক্ষাধিক টকাৰ সামগ্ৰী

গোলাঘাট, 7 আগষ্ট : ক'ভিড-19 আৰু বানপানীৰ তাণ্ডৱ অব্যাহত থকাৰ মাজতে শুকুৰবাৰে গোলাঘাটৰ ৰঙাজানত চুৰিকাণ্ড সংঘটিত হয় ৷ দুখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা চোৰে লুটি নিয়ে কেইবা লাখ টকাৰ সামগ্ৰী ৷

তথ্য অনুসৰি, ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ বিশাল হাৰ্ডৱেৰ নামৰ প্ৰতিষ্ঠানখনৰ পৰা চোৰে লুটি নিয়ে প্ৰায় 2 লাখ টকাৰ সামগ্ৰী ৷ আনহাতে, ৰঙাজান ম'বাইল চেন্টাৰৰ পৰাও চোৰে লুটি নিয়ে কেইবা লাখ টকাৰ সামগ্ৰী ৷

উল্লেখ্য যে, ৰঙাজান অঞ্চলৰ 6 খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত বৃহস্পতিবাৰৰ নিশা চোৰে তলা ভাঙিব চেষ্টা কৰে যদিও 4 খন প্ৰতিষ্ঠানৰ ভিতৰৰ তলা ভাঙিব নোৱাৰিলে ৷ যাৰবাবে হাৰ্ডৱেৰ দোকান আৰু ম'বাইল দোকানৰ পৰাই সামগ্ৰী তথা নগদ ধন লুট কৰি নিয়ে চোৰে ৷ ইফালে, বিশাল হাৰ্ডৱেৰ নামৰ প্ৰতিষ্ঠানখনৰ পৰাও চোৰে চিচিটিভিৰ ফুটেজ নাইকীয়া কৰা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : বন্দুক দেখুৱাই দুৰ্বৃত্তই লুটি নিলে স্কুটিসহ নগদ ধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.