ETV Bharat / state

বৈদ্যুতিক দুৰ্ঘটনাৰ পৰা কেনেকৈ হাত সাৰিব ? - সৰুপথাৰ

বিগত সময়ত ধনশিৰি মহকুমাত বিদ্যুৎ পৃষ্ঠ হৈ কেবাটাও শিশুৰ মৃত্যু হোৱাৰ লগতে সঘনাই বিদ্যুৎ চুৰি হৈ থকাৰ বাবে ইয়াৰ ভয়াৱহতাৰ ওপৰত বাটৰ নাটৰ জৰিয়তে ৰাইজৰ মাজত সজাগতাৰ চেষ্টা ৰাইনো থিয়েটাৰৰ

সৰুপথাৰত বিদ্যুৎ পৰিবাহীৰ ভয়াবহতা সজাগতাৰ বাটৰ নাট প্ৰদৰ্শন
author img

By

Published : Apr 25, 2019, 1:23 PM IST

সৰুপথাৰ ,25 এপ্ৰিলঃ শক্তি বিভাগৰ সৰুপথাৰ উপ সংমণ্ডলৰ অধীনত ধনশিৰি মহকুমাৰ দহটা স্থানত ৰাইনো থিয়েটাৰ নামৰ এটা নাট্যগোষ্ঠীটোয়ে বাটৰ নাট প্ৰদৰ্শন কৰে ৷ সৰুপথাৰৰ বিভিন্ন ঠাইত বিদ্যুতৰ বিষয়ে ল'ব পৰা সজাগতাৰ সন্দৰ্ভত এই বাটৰ নাত প্ৰদৰ্শন কৰা হয় ৷

সৰুপথাৰত বিদ্যুৎ পৰিবাহীৰ ভয়াবহতা সজাগতাৰ বাটৰ নাট প্ৰদৰ্শন

বিশেষকৈ ধনশিৰি মহকুমাত সঘনাই ধুমুহাৰ ফলত বিদ্যুতৰ তাঁৰ ছিঙি দুৰ্ঘটনা হোৱাৰ বিষয়ে সজাগতা বৃদ্ধিৰ বাবে নাট্যগোষ্ঠীটোৱে বাটৰ নাট প্ৰদৰ্শন কৰে ৷ উল্লেখ্য যে কিছু দিনৰ আগত নাওজানত বিদ্যুতৰ তাঁৰ চিঙি মাটিত পৰি থকাৰ ফলত এটি শিশুৰ কৰুণ মৃত্যু হৈছিল ৷ তদুপৰি মহকুমাটোত বিদ্যুৎ চোৰৰো উপদ্ৰৱ বৃদ্ধি পাইছে ৷ সেয়ে বৈদ্যুতিক তাঁৰ, ট্ৰেন্সফৰ্মাৰ ,উলমি থকা বৈদ্যুতিক তাঁৰ আদিৰ পৰা নিৰাপদ দূৰত্ব বজাই ৰখা, বিশেষকৈ ধুমুহা বৰষুণৰ পাচত বৈদ্যুতিক তাঁৰ আদি ছিগি পৰি থকা দেখিলে ল'ব লগীয়া সাৱধনতাৰ বিষয়ে অৱগত কৰাৰ বাবে এই বাটৰ নাট প্ৰদৰ্শন কৰা হয় ৷ তদুপৰি যদি কোনো অভিভাৱকে তেনে পৰিস্থিতিৰ সন্মুখীন হয় তেতিয়া নিজৰ সন্তানৰ ওপৰত বিশেষ নজৰ ৰাখিবৰ বাবে সৰুপথাৰ শক্তি বিভাগৰ বিষয়াগৰাকীয়ে অভিভাৱক সকলক আহ্বান জনায় ৷ ইয়াৰোপৰিও বাৰিষাৰ সময়ত বিদ্যুতৰ তাঁৰ চিঙি পানীত পৰি থকা দেখিলে লগে লগে 1912 নম্বৰত এপিডিচিএল হেল্পলাইনত ফোন কৰিবৰ বাবেও আহ্বান জনাযই বিষয়া গৰাকীয়ে ৷

Intro:বিগত সময়ত ধনশিৰি মহকুমাত বিদ্যুত পৃষ্ঠ হৈ শিশুৰ মৃত্যু হোৱাৰ লগতে বিদ্যুত চুৰি সঘনাই হৈ থকাৰ বাবে ইয়াৰ ভয়াবহতাৰ ওপৰত এলানি বাটৰ নাটৰ জড়িয়তে ৰাইজৰ মাজত সজাগতা আনিবলৈ চেষ্টা কৰা হয় । Body:বিদ্যুত বিভাগৰ সৰুপথাৰ উপ সংমণ্ডলৰ অধীনত ধনশিৰি মহকুমাৰ দহটা স্হানত ৰাইনো থিয়েটাৰ নামৰ নাট্যগোষ্ঠীটোয়ে বাটৰ নাট প্ৰদৰ্শন কৰে | যত ৰাইজক সজাগ কৰা হৈছে বিদ্যুতৰ ভয়াবহতা | বিশেষকৈ মহকুমাটোত সঘনাই হৈ থকা ধুমুহাৰ ফলত বিদ্যুত তাঁৰ ছিঙি পৰি থকাত সঘনাই দুৰ্ঘটনা হয় | কিছুদিনৰ আগতে নাওজানত তাঁৰ চিঙি মাটিত পৰি থকা অৱস্হাত বিদ্যুত যোগান দিয়াত এটি শিশুৰ কৰুন মৃত্যু হৈছিল | তদুপৰি বিদ্যুত চোৰৰ উপদ্ৰপ মহকুমাটোত অত্যাধিক। ইয়াৰোপৰি. বৈদ্যুতিক তাঁৰ, ট্ৰেন্সফৰ্মাৰ ,ওলমি যোৱা বৈদ্যুতিক তাঁৰ আদিৰ পৰা নিৰাপদ দূৰত্ব বজাই ৰখা , বিশেষকৈ ধুমুহা বৰষুণৰ পাছত বৈদ্যুতিক তাঁৰ আদি ছিগি পৰি থকা দেখিলে কেতিয়াও হাতেৰে স্পৰ্শ নকৰিবৰ বাবে আৰু অভিভাৱক সকললৈ বিশেষ আহ্বান কেতিয়াবা যদি যাতে তেনে কোনো পৰিস্থিতি ৰ সন্মুখীন হয় তেতিয়া নিজৰ সন্তান ৰ ওপৰত বিশেষ নজৰ ৰাখিবৰ বাবে সৰুপথাৰ বিদ্যুৎ বিভাগৰ বিষয়া গৰাকীয়ে ৰাইজক আহ্বান জনায় । আনহাতে বাৰিষা সময়ত বিদ্যুতৰ তাঁৰ চিঙি পানীত পৰি থকা দেখিলে দূৰত থাকি লগে লগে ১৯১২ নম্বৰত এপিডিচিএল হেল্পলাইনত ফোন কৰিবৰ বাবেও আহ্বান জনায় ।
Conclusion:BYTE 1 --বিদ্যুত উপ সংমণ্ডল বিষয়া

BYTE 2 --NGO leader

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.