ETV Bharat / state

গোলাঘাটৰ ভিন্ন পূজাস্থলীত ছেনিটাইজেশ্যনৰ ব্যৱস্থা

author img

By

Published : Oct 27, 2020, 4:35 PM IST

গোলাঘাটত যাতে দুৰ্গা পূজাৰ পাচত কোনো ধৰণৰ গণ সংক্ৰমণ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে পুৱাৰে পৰা গ্ৰহণ কৰা হৈছে ছেনিটাইজেশ্যন কাৰ্যসূচী ৷

পূজাস্থলীত ছেনিটাইজেশ্যনৰ ব্যৱস্থা
পূজাস্থলীত ছেনিটাইজেশ্যনৰ ব্যৱস্থা

গোলাঘাট, 27 অক্টোবৰ: গোলাঘাটৰ বিভিন্ন পূজা মণ্ডপ আৰু পূজাস্থলীত কৰা হৈছে ছেনিটাইজেশ্যনৰ ব্যৱস্থা ৷ চৰকাৰী নিৰ্দেশনাৱলী অনুসৰি পূজা অনুষ্ঠিত কৰা হৈছিল যদিও, নৱমী আৰু দশমীত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৰাইজে ক'ভিড প্ৰট'কল উলংঘা কৰি পূজা চাবলৈ অহা পৰিলক্ষিত হৈছিল ৷ যাৰ বাবে পূজাস্থলীসমূহত সৃষ্টি হৈছিল ব্যাপক জনসমাগম ৷

গোলাঘাটৰ ভিন্ন পূজাস্থলীত ছেনিটাইজেশ্যনৰ ব্যৱস্থা

গোলাঘাটত যাতে দুৰ্গা পূজাৰ পাচত কোনো ধৰণৰ গণ সংক্ৰমণ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে পুৱাৰে পৰা গ্ৰহণ কৰা হয় ছেনিটাইজেশ্যন কাৰ্যসূচী ৷ বিশেষকৈ খুমটাই চাহ বাগিছা কৰ্তৃপক্ষই খুমটাই, সেন্দুৰীটিং আৰু বুটলিখোৱা চাহ বাগিছাৰ পূজাস্থলীসমূহ ছেনিটাইজেশ্যন কৰি কৰ'ণা মহামাৰীৰ পৰা হাত সাৰি থকাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷

লগতে পঢ়ক: মূল‍্যবৃদ্ধিঃ হাহাকাৰ লাগিছে সাধাৰণ জনতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.