ETV Bharat / state

সৰুপথাৰত চুৰিকাঘাত কাণ্ড - Lakhimpur

সৰুপথাৰ ৰেল ষ্টেচনত দেওবাৰে আবেলি সংঘটিত হয় চুৰিকাঘাত কাণ্ড ৷ টকা আৰু এটা মবাইলক কেন্দ্ৰ কৰি এজন শ্ৰমিকে আন এজন শ্ৰমিকক কৰে উপৰ্যুপৰি চুৰিকাঘাত ৷

সৰুপথাৰত চুৰিকাঘাত কাণ্ড
author img

By

Published : Aug 19, 2019, 3:32 AM IST

সৰুপথাৰ, 18 আগষ্ট: সৰুপথাৰ ৰেল ষ্টেচনত দেওবাৰে আবেলি এক চুৰিকাঘাতৰ ঘটনা সংঘটিত হয় | এজন শ্ৰমিকে চুকা অস্ত্ৰৰে আন এজন শ্ৰমিকক পেটত উপৰ্যুপৰি আক্ৰমণ কৰি গুৰুতৰ ভাৱে আহত কৰে । গুৰুতৰভাৱে আহত শ্ৰমিক জনৰ নাম হজৰত আলি বুলি জানিব পৰা গৈছে | ডিমাপুৰত শ্ৰম কৰা ব্যক্তি গৰাকী দেওবাৰে সৰুপথাৰলৈ আহিছিল | ইপিনে এম্বুলেঞ্চৰ অভাৱত আধা ঘণ্টা সময় ষ্টেচনতে চটফটাই পৰি থাকে আঘাত প্ৰাপ্ত ব্যক্তি গৰাকী ৷ অৱশেষত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মুমূৰ্ষু অৱস্থাত আহত লোকজনক সৰুপথাৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে | চুৰিকাঘাতেৰে হত্যা কৰিবলৈ চেষ্টা কৰা ব্যক্তি গৰাকীক পেলনীয়া সামগ্ৰী বুটলা দিলীপ বুলি চিনাক্ত কৰা হৈছে ৷ ঘটনা অনুসৰি পাবলগীয়া টকা আৰু মবাইল ফোন বিচৰাক কেন্দ্ৰ কৰিয়ে দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হয় ৷

Intro:সৰুপথাৰ ৰেল ষ্টেচনত আজি আবেলি এক চুৰিকাঘাতৰ ঘটনা সংঘটিত হয় | এজন শ্ৰমিকে চুকা অস্ত্ৰৰে আন এজন শ্ৰমিকক পেটত উপৰ্যুপৰি আক্ৰমণ কৰি গুৰুতৰ ভাৱে আহত কৰে । গুৰুতৰভাৱে আহত শ্ৰমিক জনৰ নাম হজৰত আলি বুলি জানিব পৰা গৈছে | ডিমাপুৰত শ্ৰম কৰা ব্যক্তি গৰাকী আজি সৰুপথাৰত আহিছিল | হজৰত আলিৰ ঘৰ লক্ষিমপুৰৰ চানমাৰি, বঙালমৰা। এম্বুলেঞ্চৰ অভাৱত আধা ঘণ্টা সময় ষ্টেচনতে চটফটাই পৰি ৰয় আঘাত প্ৰাপ্ত ব্যক্তি গৰাকী অৱশেষত সৰুপথাৰ আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মুমূৰ্ষু অৱস্থাত সৰুপথাৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে |Body:চুৰীৰে হত্যাৰ চেষ্টা কৰা ব্যক্তি গৰাকীৰ নাম দীলিপ বুলি চিনাক্ত কৰা হৈছে | দিলিপৰ ঘৰ শিৱসাগৰ আমগুৰিত। দীলিপ নামৰ ব্যক্তি গৰাকীয়ে পেলনীয়া সামগ্ৰী বুটলি বিক্ৰী কৰি চলে | স্থানীয় ৰাইজে দিলীপ নামৰ ব্যক্তি গৰাকীক আটক কৰি আৰক্ষীক চমজাই দিয়ে | হজৰত আলি নামৰ ব্যক্তি গৰাকীয়ে পাবলগীয়া টকা আৰু মবাইল ফোন বিচৰাক কেন্দ্ৰ কৰি দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হয় | সৰুপথাৰ ৰেল ষ্টেচনত ৰেলৱে আৰক্ষীৰ সুৰক্ষা ব্যৱস্থা নথকাৰ বাবে দিনক দিনে এনে ধৰনৰ অপৰাধ কাৰ্য্য বৃদ্ধি পাইছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে |
Conclusion:Byte 1 আহত ব্যক্তি
Byte 2 চুৰিঘাত কৰা ব্যক্তি
Byte 3 স্থানীয় বাসিন্দা

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.