সৰুপথাৰ,12 জানুৱাৰীঃ সৰুপথাৰ গ্ৰাম্য পথ সংমণ্ডলৰ অধীনস্থ বৰপথাৰ-গোলাবিল সংযোগী গড়কাপ্তানি পথৰ জৰাজীৰ্ণ অৱস্থা ৷ বিগত তিনি বছৰে মেৰামতি নকৰাৰ ফলত সম্প্ৰতি বিধ্বস্ত ৰূপ ধাৰণ কৰিছে উক্ত পথছোৱাই ৷ পকী পথছোৱাৰ ওপৰৰ ব্লেক টেপিঙো সম্পূৰ্ণৰূপে এৰাই গৈছে ৷ উল্লেখ্য যে, উক্ত পথছোৱা মেৰামতিৰ বাবে স্থানীয় ৰাইজ আৰু আছুৱে বিভাগীয় কৰ্তৃপক্ষক বাৰাম্বাৰ আবেদন জনাই আহিছে যদিও কোনো গুৰুত্ব প্ৰদান কৰা নাই সংশ্লিষ্ট বিভাগটোৱে ৷ এই পথেৰেই মেৰাপানী, গোলাঘাট, নগালেণ্ডৰ উষা জিলা আদিলৈ দৈনিক সহস্ৰাধিক যান বাহন চলাচল কৰে | সেয়েহে উক্ত পথছোৱা অতিশীঘ্ৰে মেৰামতিৰ দাবী উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে ৷
সৰুপথাৰত গড়কাপ্তানি পথৰ জৰাজীৰ্ণ অৱস্থা - SARUPATHAR, GALABIL PWD Road
সৰুপথাৰ গ্ৰাম্য পথ সংমণ্ডলৰ অধিনস্থ বৰপথাৰ-গোলাবিল সংযোগী গড়কাপ্তানি পথৰ জৰাজীৰ্ণ অৱস্থা ৷ বিগত তিনি বছৰে মেৰামতি নকৰাৰ ফলত সম্প্ৰতি বিধ্বস্ত ৰূপ ধাৰণ কৰিছে উক্ত পথছোৱাই ৷ পকী পথছোৱাৰ ওপৰৰ ব্লেক টেপিঙো সম্পূৰ্ণৰূপে ওৰুৱাই গৈছে ৷
সৰুপথাৰ,12 জানুৱাৰীঃ সৰুপথাৰ গ্ৰাম্য পথ সংমণ্ডলৰ অধীনস্থ বৰপথাৰ-গোলাবিল সংযোগী গড়কাপ্তানি পথৰ জৰাজীৰ্ণ অৱস্থা ৷ বিগত তিনি বছৰে মেৰামতি নকৰাৰ ফলত সম্প্ৰতি বিধ্বস্ত ৰূপ ধাৰণ কৰিছে উক্ত পথছোৱাই ৷ পকী পথছোৱাৰ ওপৰৰ ব্লেক টেপিঙো সম্পূৰ্ণৰূপে এৰাই গৈছে ৷ উল্লেখ্য যে, উক্ত পথছোৱা মেৰামতিৰ বাবে স্থানীয় ৰাইজ আৰু আছুৱে বিভাগীয় কৰ্তৃপক্ষক বাৰাম্বাৰ আবেদন জনাই আহিছে যদিও কোনো গুৰুত্ব প্ৰদান কৰা নাই সংশ্লিষ্ট বিভাগটোৱে ৷ এই পথেৰেই মেৰাপানী, গোলাঘাট, নগালেণ্ডৰ উষা জিলা আদিলৈ দৈনিক সহস্ৰাধিক যান বাহন চলাচল কৰে | সেয়েহে উক্ত পথছোৱা অতিশীঘ্ৰে মেৰামতিৰ দাবী উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে ৷
এই পথেৰে মেৰাপানী,গোলাঘাট, নগালেণ্ডৰ উষা জিলা আদিলৈ যাব পাৰি দৈনিক সহস্ৰাধিক যান বাহন চলাচল কৰে | অতি গুৰুত্বপুৰ্ণ পথ ছোৱা মেৰামতিৰ দাবী কৰিছে ৰাইজে
Conclusion:Byte স্থানীয় আছু নেতা
সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম