ETV Bharat / state

সৰুপথাৰৰ ৩১টা ভোটগ্ৰহণ কেন্দ্ৰ পৰিচালনা কৰিব মহিলাই

অসমৰ ভিতৰত মহিলাই পৰিচালনা কৰা সৰ্বাধিক ভোটগ্ৰহণ কেন্দ্ৰ থকা আৰু কলিয়াবৰ লোকসভা সমষ্টিৰ ভিতৰত সৰ্বাধিক ভোটাৰ থকা সৰুপথাৰ বিধানসভা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে নিজ নিজ গন্তব্যস্থানলৈ যাত্ৰা কৰিছে পলিং, প্ৰিজাইডিং আৰু নিৰাপত্তাৰক্ষীসকল

কলিয়াবৰ প্ৰশাসন
author img

By

Published : Apr 10, 2019, 7:53 PM IST

সৰুপথাৰ,10 এপ্ৰিলঃ ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ সাজু হৈ উঠিছে কলিয়াবৰ প্ৰশাসন ৷ কলিয়াবৰ লোকসভা সমষ্টিৰ ভিতৰত সৰ্বাধিক ভোটাৰ থকা সৰুপথাৰ বিধানসভা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে বুধবাৰে নিজ নিজ গন্তব্যস্থানলৈ যাত্ৰা কৰে পলিং, প্ৰিজাইডিং আৰু নিৰাপত্তাৰক্ষীসকলে | সৰপথাৰৰ বিভিন্ন অঞ্চলত থকা ভোট গ্ৰহণ কেন্দ্ৰসমূহৰ সমগ্ৰ ব্যৱস্থাটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে ধনশিৰি মহকুমা প্ৰশাসনে | কলিয়াবৰ লোকসভা সমষ্টিৰ অধীনৰ দহটা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম সৰুপথাৰ সমষ্টিটোত সৰ্বাধিক এইবাৰ ২৫,০৯১৬ গৰাকী ভোটাৰ আছে | য'ত মুঠ ৩০১ টা ভোট গ্ৰহণ কেন্দ্ৰৰ ভিতৰত ৩১ টা সম্পূৰ্ণ মহিলাই পৰিচালনা কৰা ভোট গ্ৰহণ কেন্দ্ৰ | ইপিনে ধনশিৰি মহকুমা প্ৰশাসনে জনোৱা অনুসৰি এই ৩১টা ভোটগ্ৰহণ কেন্দ্ৰতে পলিং, প্ৰিজাইডিং, নিৰাপত্তাৰক্ষীৰ কাম কৰিব কেৱল মহিলাই |

সৰুপথাৰৰ ৩১ টা ভোটগ্ৰহণ কেন্দ্ৰ পৰিচালনা কৰিব মহিলাই

Intro:অসমৰ ভিতৰত মহিলাই পৰিচালনা কৰা সৰ্বাধিক ভোট গ্ৰহন কেন্দ্ৰ থকা আৰু   কলিয়াবৰ লোকসভা সমষ্টিৰ ভিতৰত সৰ্বাধিক ভোটাৰ থকা সৰুপথাৰ বিধানসভা সমষ্টি ভোট গ্ৰহন কৰিবৰ বাবে গন্তব্যস্হানলৈ গতি কৰিছে পুলিং প্ৰিজাউডিং আৰু নিৰাপত্তাৰক্ষী লোকসকল |Body:কলিয়াবৰ লোকসভা সমষ্টিৰ অধীনৰ দহটা বিধান সভা সমষ্টিৰ ভিতৰত সৰুপথাৰ সমষ্টিটোত সৰ্বাধিক এই বাৰ ২৫০৯১৬ গৰাকী ভোটাৰ আছে | মুঠ ৩০১ টা ভোট গ্ৰহণ কেন্দ্ৰৰ ভিতৰত ৩১টা সম্পূৰ্ণ মহিলাই পৰিচালনা কৰা ভোট গ্ৰহণ কেন্দ্ৰ আছে | অৰ্থাত পুলিং,প্ৰিজাইডিং,নিৰাপত্তাৰক্ষীৰ কাম কৰিব কেৱল মহিলাই | অসমৰ ভিতৰত সৰ্বাধিক মহিলা ভোট গ্ৰহণ কেন্দ্ৰ থকা সৰুপথাৰ বিধানসভা সমষ্টিত সাজু কৰি তুলিছে | জনালে ধনশিৰি মহকুমা প্ৰশাসনৰ বিষয়াসকলে | 

ৰাজ্যৰ প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচন ১১ এপ্ৰিলত কলিয়াবৰ লোকসভা সমষ্টিত ভোট গ্ৰহণ অনুষ্ঠিত হব | সমগ্ৰ ব্যৱস্থাটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে ধনশিৰি মহকুমা প্ৰশাসনে | পুলিং প্ৰিজাইডিং বিষয়া সকলে ইতিমধ্যে ই ভি এম মেচিন লৈ নিজ নিজ ভোট গ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে |
Conclusion:BYTE 1 :- OFFICER
BYTE :- 2 OFFICER

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.