ETV Bharat / state

দেৰগাঁৱত পশ্চিম মিছামৰা গাঁও পঞ্চায়তৰ চেনিটাইজেশ্যন প্ৰক্ৰিয়া - দেৰগাঁৱ

ক’ভিড মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি দেৰগাঁৱত চেনিটাইজেশ্যন ৷ ক’ভিড নিয়ন্ত্ৰণৰ বাবে মিছামৰা গাঁও পঞ্চায়তত দেওবাৰে গ্ৰহণ কৰা হয় এই কাৰ্যসূচী ৷

sanitization-by-villaage-panchayat-at-dergaon
দেৰগাঁৱত পশ্চিম মিছামৰা গাঁও পঞ্চায়তৰ চেনিটাইজেশ্যন প্ৰক্ৰিয়া
author img

By

Published : Jun 6, 2021, 9:22 PM IST

গোলাঘাট, 6 জুন : ৰাজ্যত শাম কটা নাই কৰ’ণা মহামাৰীৰ প্ৰভাৱ ৷ ভিন্ন প্ৰন্তত বৃদ্ধি পাই আছে ক’ভিড আক্ৰান্তৰ সংখ্যা ৷ ক’ভিড নিয়ন্ত্ৰণৰ বাবে চৰকাৰ-প্ৰশাসনে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ প্ৰদক্ষেপ । ইয়াৰ মাজতে পশ্চিম মিছামৰা গাঁও পঞ্চায়তে দেওবাৰে এক ব্যাপক চেনিটাইজেশ্যন কাৰ্যসূচী ৰূপায়ন কৰে ।

sanitization-by-villaage-panchayat-at-dergaon
দেৰগাঁৱত পশ্চিম মিছামৰা গাঁও পঞ্চায়তৰ চেনিটাইজেশ্যন প্ৰক্ৰিয়া

দেৰগাঁৱৰ মিছামৰা গুৱাল গাঁও চাৰিআলি, মিছামৰা খন্দ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, নামঘৰ, স্কুল, পানী যোগান আঁচনিকে ধৰি জন সমাগম স্থলী সমুহ চেনিটাইজ কৰা হয় । উক্ত চেনিটাইজেশ্যন কাৰ্যসূচীত উপস্থিত আছিল পশ্চিম মিছামৰা গাঁও পঞ্চায়তৰ সভাপতি নবীন বৰা, পঞ্চায়ত সচিব দেৱ প্ৰসাদ গগৈ, ৱাৰ্ড সদস্যা কৰিশ্মা বৰুৱাকে প্ৰমুখ্যে কৰি আন কেইবাজনো ব্যক্তি ৷

লগতে পঢ়ক: হোজাই জিলাৰ কাকীত প্ৰসাশনৰ উচ্ছেদ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.