ETV Bharat / state

পূজাৰ বনাচ কিস্তিত নহয় একেলগে 20% লাগিবঃ চাহ শ্ৰমিক

গোলাঘাটৰ বিহৰা চাহ বাগিচাৰ চাহ শ্ৰমিক সকলে পূজাৰ বনাচ নাপাই প্ৰতিবাদ সাব্যস্ত কৰে ৷

চাহ শ্ৰমিকৰ প্ৰতিবাদ
author img

By

Published : Sep 21, 2019, 5:57 PM IST

গোলাঘাট, 21 চেপ্টেম্বৰঃ প্ৰখৰ ৰদক নেওচি বাগিচাত কাম কৰি বছৰটোৰ মুৰত বহু আশাৰে বাট চাই থকা পূজাৰ বনাচ নাপাই এতিয়া জাঙুৰ খাই উঠিছে গোলাঘাটৰ বিহৰা চাহ বাগিচাৰ চাহ শ্ৰমিক সকল৷ ইয়াকেলৈ আজি অৰ্থাৎ শনিবাৰে বাগিচাখনৰ শ্ৰমিক সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি বহু সময় ধৰি 37নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি ৰাখে৷

Road blockade at 37 national highway
চাহ শ্ৰমিকৰ প্ৰতিবাদ

শ্ৰমিক সকলে পথ অৱৰোধ কৰাৰ ফলত 37 নং ৰাষ্ট্ৰীয় ঘাইপথটোত শ শ যান বাহন আৱদ্ধ হৈ পৰে৷ ইপিনে ইয়াতে ক্ষান্ত নাথাকি শ্ৰমিক সকলে 20% পূজাৰ বনাচৰ দাবী কৰি ঘাইপথটোত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বাগিচাখনৰ সকলো কাম বন্ধ কৰি ৰাখে৷

Intro:পূজাৰ বনাচ কিস্তিত নহয় একেলগে 20% লাগিবই বুলি দাবী কৰি শ্ৰমিকসকলে উত্তাল প্ৰতিবাদেৰে কঁপাই তোলে গোলাঘাটৰ বিহৰা চাহ বাগিচা ।
Body:হাড় ভঙা কষ্ট কৰি কঁপালৰ ঘাম মাটিত পেলাই প্ৰখৰ ৰদক নেওচি বাগিচাত কাম কৰি বছৰটোৰ মুৰত বহু আশাৰে বাট চাই থকা পূজাৰ বনাচ নেপাই জাঙুৰ খাই উঠিছে এতিয়া চাহ শ্ৰমিক সকল। গোলাঘাটৰ বিহৰা চাহ বাগিচাৰ শ্ৰমিক সকলে আজি দিনৰ ভাগত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি 37নং ৰাষ্ট্ৰীয় ঘাই পথ বহু সময় ধৰি অৱৰোধ কৰি ৰাখে। যাৰ বাবে শ শ যান বাহন আৱদ্ধ হৈ পৰে 37 নং ৰাষ্ট্ৰীয় ঘাইপথত । ইফালে 20% পূজাৰ বনাচৰ দাবীত বিহৰা চাহবাগিচাৰ শ্ৰমিক সকলে উত্তাল প্ৰতিবাদ কৰি 37ৰাষ্ট্ৰীয় ঘাইপথ কঁপাই তোলাৰ লগতে বাগিচাৰ সকলো কাম বন্ধ কৰি ৰাখে ।

Conclusion:Byte 1 : প্ৰতিবাদকাৰী
গোলাঘাট পৰা চামিম আলি , etv Bharat, অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.