ETV Bharat / state

বৰপথাৰৰ সৰুপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

author img

By

Published : Feb 27, 2020, 10:39 AM IST

ছেৱাগুৰি তিনিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত নিহত হয় এজন স্কুটী আৰোহী ৷

বৰপথাৰৰ সৰুপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা
বৰপথাৰৰ সৰুপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

সৰুপথাৰ, 27 ফেব্ৰুৱাৰীঃ বৰপথাৰৰ সৰুপথাৰ সংযোগী পথৰ ছেৱাগুৰি তিনিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এখন বলেৰ’ বাহনে খুন্দিয়াই থৈ যায় এজন স্কুটী আৰোহীক ৷ ফলত বহু সময় সংকটজনক অৱস্থাত পথতে পৰি ৰয় স্কুটী আৰোহীজন ৷

ছেৱাগুৰি তিনিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা

পিচত তেজেৰে লুতুৰি পুতুৰি অৱস্থাত স্থানীয় ৰাইজে পুৱা প্ৰত্যক্ষ কৰি এম্বুলেঞ্চক খবৰ দিয়াত ততাতৈয়াকৈ সৰুপথাৰ চিকিংসালয়ত ভৰ্তি কৰোৱা হয় আঘাতপ্ৰাপ্ত স্কুটী আৰোহীজনক ৷ কিন্তু চিকিৎসালয়তে মৃত্যুক আঁকোৱালি লয় লোকজনে ৷ জানিব পৰা মতে, মৃত ব্যক্তিগৰাকী উৰিয়ামঘাটৰ যোগেন্দ্ৰ ধিতালৰ বুলি চিনাক্ত কৰা হৈছে ৷ দুৰ্ঘটনাগ্ৰস্ত হোৱা স্কুটীখনৰ নম্বৰ হৈছে AS-05H-7998

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.