গোলাঘাট,১৯ ফেব্ৰুৱাৰী: গোলাঘাট জিলাৰ অন্তৰ্গত কাজিৰঙাৰ হালধিবাৰীত এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয় । নলবাৰীৰ পৰা গোলাঘাট অভিমুখে গৈ থকা এখন চাৰিচকীয়া বাহনে গছৰ মূঢ়াত খুন্দা মৰাৰ ফলত মৃত্যু হয় ৩ জনকৈ লোকৰ ।
দুৰ্ঘটনাত পতিত চাৰিচকীয়া বাহনখনৰ নম্বৰ AS-০১-EA-৪৬৭২ । ইফালে এই দুৰ্ঘটনাত থিতাতে মৃত্যু হয় নলবাৰীৰ কনকসেন দাস । ফুলেন বৰ্মন আৰু কাৰ্বি আংলঙৰ বীৰেণ ৰংপিৰ ।
লগতে পঢ়ক:অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে নাৰায়ণপুৰত আছুৰ বিক্ষোভ