ETV Bharat / state

নুমলীগড়ত পথ দুৰ্ঘটনা, নিহত 1

ঘটনাস্থলীতে মৃত্যু হয় গোলাঘাট চফেলা বাগানৰ দেৱাষীশ তিৰ্কী নামৰ লোকজনৰ ৷ আনহাতে, গুৰুতৰভাৱে আহত হয় নাৰায়ণপুৰৰ বিৰচা কুজুৰ নামৰ লোকজন ৷

author img

By

Published : Jul 18, 2019, 12:02 PM IST

নুমলীগড়ত পথ দুৰ্ঘটনা, নিহত 1

গোলাঘাট, 18 জুলাইঃ গোলাঘাটৰ নুমলীগড়ৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা | থিতাতে নিহত এজন ৷ বুধবাৰে নিশা মটৰ চাইকেলেৰে দুজন লোক বোকাখাতৰ দিশৰ পৰা আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰে | যাৰ ফলত ঘটনাস্থলীতে মৃত্যু হয় গোলাঘাট চফেলা বাগানৰ দেৱাষীশ তিৰ্কী নামৰ লোকজনৰ ৷ আনহাতে, গুৰুতৰভাৱে আহত হয় নাৰায়ণপুৰৰ বিৰচা কুজুৰ নামৰ লোকজন ৷

নুমলীগড়ত পথ দুৰ্ঘটনা, নিহত 1

আহত বিৰচা কুজুৰ স্থানীয় ৰাইজৰ তৎপৰতাত বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয় ৷

Intro:গোলাঘাট নুমলীগড়ৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা ভয়াবহ পথ দুৰ্ঘটনা | নিয়ন্ত্ৰন হেৰুৱাই ডিভাইদাৰত খুন্দা মাৰে দুজন মটৰচাইকেল আৰোহীয়ে | বোকাখাত ফালৰ পৰা আহি থকা অৱস্থাত নুমলীগড়ত তিনি আলিত ডিভাইদাৰত খুন্দা মাৰি এজন ঘটনাস্থলীতে নিহত আৰু গুৰুত্বৰভাৱে আহত আন জনক বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক হস্পিতাললৈ প্ৰেৰন | নিহত ব্যক্তি জন গোলাঘাট চফেলা বাগানৰ দেৱাষীশ তিৰ্কি আৰু আহত জন নাৰায়নপুৰৰ বিৰচা কুজুৰ বুলি জানিব পৰা গৈছে |Body:Byte 1 : যান বাহন আৰক্ষী
Byte 2 : স্থানীয় বাসীন্দাConclusion:গোলাঘাট সমষ্টিৰ পৰা চামিম আলি etv Bharat, অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.