ETV Bharat / state

যাত্ৰীৰ বাবে ফৰকাটিং জংচনত ৰখোৱা নহয় ৰাজধানী !

শেহতীয়াকৈ উত্তৰ পূৱ সীমান্ত ৰে'ল বিভাগে দুই মিনিট সময়ৰ বাবে ৰাজধানী এক্সপ্ৰেছ ফৰকাটিঙ জংচনত ৰখোৱা হ'ব বুলি এক নিৰ্দেশ দিছিল আৰু সেই অনুসৰি বিভিন্ন প্ৰচাৰ মাধ্যমত এই তথ্য প্ৰচাৰৰ পাচতেই উৎফুল্লিত হৈ পৰিছিল গোলাঘাটবাসী ৷

author img

By

Published : May 14, 2019, 6:05 PM IST

যাত্ৰীৰ বাবে ফৰকাটিং জংচনত ৰখোৱা নহয় ৰাজধানী !

গোলাঘাট , 14 মে' : গোলাঘাটবাসীৰ আশাত চেঁচাপানী ৰে'ল বিভাগৰ ৷ যাত্ৰীৰ বাবে ফৰকাটিং জংচনত ৰখোৱা নহয় ৰাজধানী এক্সপ্ৰেছ । বিভাগীয় কৰ্মচাৰীৰ সাল-সলনিৰ বাবেহে দুই মিনিট সময় ফৰকাটিং জংচনত ৰখোৱা হ'ব ৰাজধানী এক্সপ্ৰেছ । ফৰকাটিং জংছনৰ ষ্টেচন মাষ্টৰে জনালে এই কথা । শেহতীয়াকৈ উত্তৰ পূৱ সীমান্ত ৰে'ল বিভাগে দুই মিনিট সময়ৰ বাবে ৰাজধানী এক্সপ্ৰেছ ফৰকাটিঙ জংচনত ৰখোৱা হ'ব বুলি এক নিৰ্দেশ দিছিল আৰু সেই অনুসৰি বিভিন্ন প্ৰচাৰ মাধ্যমত এই তথ্য প্ৰচাৰৰ পাচতেই উৎফুল্লিত হৈ পৰিছিল গোলাঘাটবাসী ৷

যদিও বিভাগীয় কৰ্মচাৰীৰ সাল-সলনিৰ বাবেহে দুই মিনিট ৰাজধানী এক্সপ্ৰেছ ফৰকাটিং জংচনত ৰখোৱা হ'ব বুলি ৰে'লৱে কৰ্তৃপক্ষই স্পষ্ট কৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ৷

Intro:গোলাঘাটৰ ফৰকাটিঙত যাত্ৰীৰ বাবে নৰখায় ৰাজধানী এক্সপ্ৰেছ। ৰেলৰ ড্ৰাইভাৰ, গাৰ্ড আদি সলনিৰ বাবেহে দুই মিনিট সময় ৰাখিব ৰাজধানী এক্সপ্ৰেছ। এই কথা জনালে ফৰকাটিং জংছনৰ ষ্টেচন মাষ্টৰে। গোলাঘাট জিলাৰ বিভিন্ন দল সংগঠনে দীৰ্ঘদিনৰ পৰা ৰাজধানী এক্সপ্ৰেছ ৰখোৱাৰ দাবী জনাই আহিছিল। শেহতীয়াকৈ উত্তৰ পূৱ সীমান্ত ৰেল বিভাগে দুই মিনিট সময়ৰ বাবে ৰাজধানী এক্সপ্ৰেছ ফৰকাটিঙত ৰখাব বুলি এক নিৰ্দেশ দিছিল। সেই অনুসৰি বিভিন্ন প্ৰচাৰ মাধ্যমত প্ৰচাৰ হৈছিল। কিন্তু ৰেল কতৃপক্ষই স্পষ্ট কৰি দিলে কেৱল crew changingৰ বাবেহে দুই মিনিট সময় ৰাখিব ৰেলখন। ইয়াৰ পিছতেই ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে গোলাঘাটত।

Body:Deferred Live
Byte 1: স্থানীয় ব্যক্তি।
Byte 2: ৰেল যাত্ৰী
Byte 3: ৰেল যাত্ৰী
Byte 4: ষ্টেচন মাষ্টৰ।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.