ETV Bharat / state

সৰুপথাৰত গছা থাক বৌছৰনি বায়নাং বিষুৱা উৎসৱ

ব'হাগ মানেই উৎসৱৰ সময় ৷ অসমৰ পাহাৰ-ভৈয়াম সকলোতে ব'হাগে লৈ আনে উৎসৱৰ বতৰা ৷ অসমৰ ভৈয়ামৰ অন্যতম জনগোষ্ঠী ৰাভাসকলে ব'হাগত পালন কৰি আহিছে গছা থাক বৌছৰনি বায়নাং বিষুৱা উৎসৱ ৷ এই উপলক্ষে সৰুপথাৰবাসী ৰাভা ৰাইজে দুদিনীয়া কাৰ্যসূচীৰে পালন কৰে বৌছৰনি বায়নাং বিষুৱা উৎসৱ ৷

author img

By

Published : Apr 27, 2019, 3:04 PM IST

গছা থাক বৌছৰনি বায়নাং বিষুৱা উৎসৱ

সৰুপথাৰ, 27 এপ্ৰিলঃ অসমৰ ভৈয়ামৰ অন্যতম জনগোষ্ঠী ৰাভাসকলে ব'হাগত পালন কৰি আহিছে গছা থাক বৌছৰনি বায়নাং বিষুৱা উৎসৱ ৷ সৰুপথাৰত দুদিনীয়া কাৰ্যসূচীৰে জনগোষ্ঠীটোৱে উদযাপন কৰিবলৈ লৈছে এই উৎসৱ ৷

গছা থাক বৌছৰনি বায়নাং বিষুৱা উৎসৱ

উৎসৱৰ লগত সংগতি ৰাখি ৰাভাসকলৰ থলুৱা গীত-মাত-নৃত্য আৰু কৃষ্টি প্ৰদৰ্শন কৰা হয় ৷ সৰুপথাৰৰ ধূপগুৰিত ২৬ এপ্ৰিল আৰু ২৭ এপ্ৰিল তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা এই উৎসৱত উপস্থিত থাকিব কমেডিয়ান বিপুল ৰাভা আৰু মি. ইউনিভাৰ্ছ গোলাপ ৰাভা ৷ বায়নাং বিষুৱাৰ লগত সংগতি ৰাখি বাগেজাৰি/বহুৰঙী কৃষ্টি দলৰ প্ৰতিযোগিতাও অনুষ্ঠিত হয় ৷

Intro:ৰাভা জনগোষ্ঠী অসমৰ ভৈয়ামৰ জনজাতিসমূহৰ ভিতৰত অন্যতম ।সৰুপথাৰৰ ধূপগুৰিত ২৬ এপ্ৰিল আৰু ২৭ এপ্ৰিল তাৰিখে দুদিনীয়া বৰ্ণাধ্য কাৰ্যসূচীয়ে আযোজন কৰিছে গছা থাক বৗছৰনি বায়নাং বিছুৱা । বায়নাং বিছুৱাৰ লগত সংগতি ৰাখি বাগেজাৰি / বহুৰঙী কৃষ্টি দলৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় ।
Body:নৃত্য আৰু গীত ৰাভাসকলৰ সমাজৰ এক অবিচ্ছেদ্য অঙ্গ। তেওঁলোকে বিভিন্ন অনুষ্ঠানৰ আৰম্ভ আৰু শেষত নাচ আৰু গান থাকে। কোৱা হয় যে, সকলো ৰাভা মহিলাই নৃত্য আৰু গীতত পাৰদৰ্শী। ধূপগুৰিত অনুষ্ঠিত হোৱা বায়নাং বিছুৱাৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্য্যসূচী অনুষ্ঠিত কৰা হয় আৰু ৰাভা সকলৰ জনগোষ্ঠীয় কৃষ্টি প্ৰদৰ্শন কৰাৰ লগতে সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকিব কমেডিয়ান বিপুল ৰাভা আৰু বডি বিল্ডাৰ গোলাপ ৰাভা ।Conclusion:BYTE :- 1 ৰাভা যুৱক
BYTE :- 2.ৰাভা মহিলা

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.