ETV Bharat / state

খুমটাইত জুবিনৰ প্ৰতিকৃতি দাহ

ব্ৰাহ্মণ বিৰোধী মন্তব্যৰ বাবে প্ৰতিবাদ

author img

By

Published : Jul 30, 2019, 11:49 PM IST

খুমটাইত জুবিনৰ প্ৰতিকৃতি দাহ
  • খুমটাইত জুবিনৰ বিৰুদ্ধে প্ৰতিবাদ
  • জুবিনৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে ৰাইজে
  • ব্ৰাহ্মণ বিৰোধী মন্তব্যৰ বাবে এই প্ৰতিবাদ
    খুমটাইত জুবিনৰ প্ৰতিকৃতি দাহ
  • লিখিত ভাৱে ব্ৰাহ্মণ সমাজৰ ওচৰত ক্ষমা খোজাৰ দাবী
  • ৰাজহুৱা অনুষ্ঠানত ব্ৰাহ্মণক মাৰি পেলাব লাগে বুলি মন্তব্য কৰিছিল শিল্পীগৰাকীয়ে
  • পূৰ্বেও ব্ৰাহ্মণ বিৰোধী মন্তব্য প্ৰদান কৰিছিল জুবিনে
  • লিখিত ভাৱে ব্ৰাহ্মণক ক্ষমা নুখুজিলে অব্যাহত থাকিব প্ৰতিবাদ

Intro: অসমৰ জনপ্ৰিয় কণ্ঠ শিল্পী জুবিন গাৰ্গে সমগ্ৰ ব্ৰাহ্মণ লোক সকলক যেনেধৰনে অপমানিতন কৰিলে তাৰ প্ৰতিবাদত আজি সন্ধ্যা গণকপুখুৰি চাৰিয়ালিত এক বৃহৎ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে।Body:আজি সন্ধ্যা গণকপুখুৰি ব্ৰাহ্মণ যুৱ সমাজে গণকপুখুৰি চাৰিয়ালিত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি দাহ কাৰ্য্যসূচী হাতত লয়।সততে সংবাদ শিৰোনামা দখল কৰি অহা জুবিন গাৰ্গ পুনৰ এক বিতৰ্কিত মন্তব্যৰ বাবে সমগ্ৰ ব্ৰাহ্মণ জমাজ তথা অসমৰ সচেতন ৰাইজে ধিক্কাৰ জনাইছে।এক ৰাজহুৱা অনুষ্ঠানত শিল্পী গৰাকীয়ে ব্ৰাহ্মণ সকলৰ লগুন চিঙি পেলাব লাগে আৰু ব্ৰাহ্মণ মানুহ বিলাকক মাৰি পেলাব লগে বুলি কৰা বিতৰ্কিত মন্তব্যৰ বাবে এতিয়া সমগ্ৰ অসমতেই প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হৈছে।যি পয্যন্ত জুবিন গাৰ্গে লিখিত ভাবে ব্ৰাহ্মণ সমাজৰ ওচৰত ক্ষমা নুখোজে তেতিয়া লৈকে আন্দোলনৰ কাৰ্যসূচী অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে সংগঠনৰ বিষয়ববিয়া সকলে।Conclusion:Byte- 1/ স্থানীয় প্ৰতিবাদী

খুমটাইৰ পৰা দিপক হাজৰিকা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.