ETV Bharat / state

জাগি উঠিছে বীৰ লাচিত সেনাঃ তেজ দিব,নিদিয়ে তেল

তেল শোধনাগাৰ বিক্ৰী কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ ৷ গামোছাৰ ওপৰত নিজৰ হাত কাটি তেজ বোৱাই তেল শোধনাগাৰ বিক্ৰী কৰিবলৈ নিদিয়াৰ শপত ল'লে বীৰ লাচিত সেনাই ৷

নিজৰ হাত কাটি তেল শোধনাগাৰ বিক্ৰী কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত লাচিত সেনাৰ
author img

By

Published : Oct 17, 2019, 9:17 PM IST

গোলাঘাট, 17 অক্টোবৰঃ গোলাঘাট জিলাৰ নুমলীগড় তেল শোধনাগাৰ বিক্ৰী কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে প্ৰতিবাদৰ জোৱাৰ,উত্তাল হৈ আছে নুমলীগড় ৷ বৃহস্পতিবাৰেও তীব্ৰ প্ৰতিবাদেৰে শোধনাগাৰৰ সমুখ কঁপাই তুলিলে বীৰ লাচিত সেনাই ৷ গামোছাৰ ওপৰত নিজৰ হাত কাটি তেজ বোৱাই তেল শোধনাগাৰ বিক্ৰী কৰিবলৈ নিদিয়াৰ শপত ল'লে সংগঠনটোৰ শতাধিক সদস্যই ৷ ৮৫৫ জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত স্থাপন হোৱা তেল শোধনাগাৰটোৰ ব্যক্তিগতকৰণ প্ৰক্ৰিয়া বন্ধ নকৰিলে অনাগত সময়ত ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে সংগঠনটোৱে ৷

নিজৰ হাত কাটি তেল শোধনাগাৰ বিক্ৰী কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত লাচিত সেনাৰ

লগতে পঢ়কঃ বিশ্বনাথত অন্ধবিশ্বাসৰ চাঞ্চল্যকৰ ঘটনা

Intro:গোলাঘাট নুমলীগড়ত NRL ব্যক্তিগত কৰণ প্ৰক্ৰিয়াৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদৰ জোৱাৰ । নুমলীগড় শোধনাগাৰ ব্যক্তিগত কৰণ প্ৰক্ৰিয়াৰ বিৰুদ্ধে আজিও উত্তাল হৈ আছে নুমলীগড়।এই দৃশ্য নুমলীগড় শোধনাগাৰ ৰ সন্মুখৰ । বীৰ লাচিত সেনা অসমে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে । সংগঠনটোৱে এখন অসমীয়াৰ গামোচাত নিজৰ হাত কাটি তেজ দি সাব্যস্ত কৰে প্ৰতিবাদ । লগতে সমদল কৰি আহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৰ প্ৰতিমূৰ্তি দাহ কৰি বিভিন্ন বিজেপি চৰকাৰ বিৰোধী শ্ল'গানেৰে কঁপাই তোলে শোধনাগাৰৰ চৌপাশ । প্ৰতিবাদকাৰী সকলে ৮৫৫ জন শ্বহীদ ৰ তেজৰ বিনিময়ত স্থাপন হোৱা NRL ব্যক্তিগত কৰণ প্ৰক্ৰিয়া বন্ধ নকৰিলে অনাগত সময়ত ভয়াবহ আন্দোলনৰ কায্যসূচি হাতত লব বুলিও হুংকাৰ প্ৰদান কৰে । প্ৰতিবাদত শতাধিক যুৱক যুৱতী আৰু মহিলাৰ অংশগ্ৰহণ ।Body:Byte 1,2 : প্ৰতিবাদকাৰীConclusion:গোলাঘাট পৰি চামিম আলি , etv Bharat, অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.