ETV Bharat / state

গোলাঘাটৰ বিভিন্ন ভোট গ্ৰহণ কেন্দ্ৰলৈ ৰাওনা পলিং এজেন্ট, প্ৰিজাইডিং অফিচাৰ - Presiding Officer

গোলাঘাট সমষ্টিৰ বিভিন্ন ভোট গ্ৰহণ কেন্দ্ৰলৈ পলিং এজেন্ট, প্ৰিজাইডিং অফিচাৰে ইভিএম, ভিভিপেট আৰু পুলিঙৰ বিভিন্ন সামগ্ৰী লৈ উপস্থিত ভোট কেন্দ্ৰ সমুহত । একেদৰে নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী প্ৰশাসনৰ লোকসকলো ভোট গ্ৰহণ কেন্দ্ৰলৈ ৰাওনা

গোলাঘাটৰ বিভিন্ন ভোট গ্ৰহণ কেন্দ্ৰলৈ পুলিং এজেন্ট, প্ৰিজাইদিং অফিচাৰ ৰাওনা
author img

By

Published : Apr 10, 2019, 2:56 PM IST

গোলাঘাট ১০ এপ্ৰিলঃ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু হৈছে গোলাঘাট প্ৰশাসন। গোলাঘাটৰ বিভিন্ন ভোট গ্ৰহণ কেন্দ্ৰ লৈ পলিং এজেন্ট, প্ৰিজাইডিং অফিচাৰ ৰাওনা ।

গোলাঘাটৰ বিভিন্ন ভোট গ্ৰহণ কেন্দ্ৰলৈ পুলিং এজেন্ট, প্ৰিজাইদিং অফিচাৰ ৰাওনা
গোলাঘাট সদৰৰ খুমটাই আৰু গোলাঘাট সমষ্টিৰ বিভিন্ন ভোট গ্ৰহণ কেন্দ্ৰ লৈ পলিং এজেন্ট প্ৰিজাইডিং অফিচাৰে ইভিএম, ভিভিপেট আৰু পুলিঙৰ বিভিন্ন সামগ্ৰী লৈ উপস্থিত হৈছে ভোট কেন্দ্ৰসমূহত । একেদৰে নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী প্ৰশাসনৰ লোকসকলো ভোট গ্ৰহণ কেন্দ্ৰ সমূহলৈ ৰাওনা হৈছে। গোলাঘাট আৰু খুমটাই সমষ্টিৰ ৪৪৯ টা ভোট গ্ৰহণ কেন্দ্ৰৰ বাবে ইতিমধ্যে সাজু হৈছে ২১৬১ জন পলিং বিষয়া, প্ৰিজাইডিং অফিচাৰ। দুটা বিধানসভা সমষ্টিত ১১ এপ্ৰিল তাৰিখে ভোট দান কৰিব ৩২৫৮৮০জন ভোটাৰে। খুমটাই বিধানসভা সমষ্টিত ১৩২৪৯২ জন ভোটাৰ আৰু গোলাঘাট বিধানসভা সমষ্টিত ১৯৩৩৮৮ জন ভোটাৰ আছে ।

Intro:১১ এপ্ৰিলত হব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। অসমত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু হৈছে গোলাঘাট প্ৰশাসন। গোলাঘাটৰ বিভিন্ন ভোট গ্ৰহণ কেন্দ্ৰ লৈ পুলিং এজেন্ট, প্ৰিজাইদিং অফিচৰ যাবলৈ সাজু হৈছে।

Body:গোলাঘাট সদৰৰ খুমটাই আৰু গোলাঘাট সমষ্টিৰ বিভিন্ন ভোট গ্ৰহণ কেন্দ্ৰ লৈ পুলিং এজেন্ট প্ৰিজাইদিং অফিচাৰে ইভিএম, ভিভিপেট আৰু পুলিঙৰ বিভিন্ন সামগ্ৰী লৈ নিজৰ দায়িত্বৰ বাবে সাজু হৈছে। ঠিক একেদৰে নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী প্ৰশাসনৰ লোকে ও নিজৰ ভোট গ্ৰহণ কেন্দ্ৰ লৈ ৰাওনা হৈছে। গোলাঘাট আৰু খুমটাই সমষ্টিৰ ৪৪৯ টা ভোট গ্ৰহণ কেন্দ্ৰৰ বাবে ইতিমধ্যে সাজু হৈ হৈছে ২১৬১ জন পুলিং বিষয়া, প্ৰিজাইদিং অফিচাৰ। দুটা বিধান সভা সমষ্টিত ১১ এপ্ৰিল তাৰিখে ভোট দান কৰিব ৩২৫৮৮০জন ভোটাৰ। খুমটাই বিধান সভা সমষ্টিত ১৩২৪৯২ ভোটাৰ, গোলাঘাট বিধান সভা সমষ্টিত ১৯৩৩৮৮ জন ভোটাৰ।

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.