ETV Bharat / state

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত জীতেন গগৈৰ ৰুদ্ধদ্বাৰ বৈঠক

author img

By

Published : Jul 25, 2020, 3:08 PM IST

বোকাখাটত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু প্ৰাক্তন বিধায়ক জীতেন গগৈৰ ৰুদ্ধদ্বাৰ বৈঠক । আগন্তুক নিৰ্বাচনত নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত ৰাজহুৱা কৰে জীতেন গগৈয়ে ৷

prafulla-kumar-mahanta-and-jiten-gogoi-meeting-at-golaghat-assam
প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু প্ৰাক্তন বিধায়ক জীতেন গগৈৰ ৰুদ্ধদ্বাৰ বৈঠক

গোলাঘাট, 25 জুলাই : কাজিৰঙাৰ বোকাখাটৰ প্ৰাক্তন বিধায়ক জীতেন গগৈৰ বাসগৃহত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ৷ অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ বলোভদ্ৰ তামুলী আৰু অগপৰ নগাঁও জিলা সমিতিৰ সভাপতি,সম্পাদকক সৈতে মহন্ত মিলিত হয় এক ৰুদ্ধদ্বাৰ বৈঠকত ।

1 ঘন্টা সময় ধৰি চলা এই বৈঠকত ‘কা’ক লৈ বৰ্তমান অগপ দলটো দুটা ভাগত বিভক্তৰ কথা উল্লেখ কৰি অগপৰ তিনি মন্ত্ৰীৰ বিৰুদ্ধে মহন্ত সোচ্চাৰ হৈ থকাৰ কথা উল্লেখ কৰে প্ৰাক্তন বিধায়ক জীতেন গগৈয়ে ৷ লগতে তেওঁ কয় যে,বোকাখাটৰ বিধায়ক,কেবিনেট মন্ত্ৰী তথা অগপৰ সভাপতি অতুল বৰাৰ গৃহ সমষ্টি বোকাখাটত প্ৰাক্তন বিধায়ক জীতেন গগৈৰ এতিয়াও সমষ্টিটোত এটা ভিত্তি আছে ৷

সমান্তৰালভাৱে এইবাৰ নিৰ্বাচনত গগৈয়ে প্ৰতিদ্বন্দিতা কৰাতো নিশ্চিত । অতি সংগোপনে প্ৰাক্তন বিধায়ক জীতেন গগৈৰ ঘৰত আহি গোপন আলোচনাত মিলিত হোৱা কাৰ্যই আগন্তুক নিৰ্বাচনত অতুল বৰাৰ নিৰ্বাচনী ঘোঁৰা স্তব্ধ কৰিব নেকি? আগন্তুক নিৰ্বাচনত নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্তও ৰাজহুৱা কৰে প্ৰাক্তন জীতেন গগৈয়ে ৷

লগতে পঢ়ক : পাৰ্কৰ পুখুৰীত উদ্ধাৰ শিক্ষকৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.