ETV Bharat / state

দলগাঁৱত গড়কাপ্তানী পথৰ দুৰৱস্থা - Dalgaon

ধাৰাসাৰ বৰষুণৰ ফলত দলগাঁৱৰ শ্যামপুৰত খহিব ধৰিছে গড়কাপ্তানী পথ। কানসাৰ নাই বিষয়া কৰ্মচাৰীৰ।

দলগাঁৱত গড়কাপ্তানী পথৰ দুৰৱস্থা
author img

By

Published : Jun 15, 2019, 1:17 PM IST

দলগাঁও, ১৫ জুন : বিয়াগোম গড়কাপ্তানী বিভাগৰ একাংশ বিষয়া কৰ্মচাৰী অৱহেলাৰ বাবে চপৰা-চপৰে খহিছে দলগাঁৱৰ শ্যামপুৰ-খাৰুপেটীয়া সংযোগী গড়কাপ্তানী পথৰ দুয়োকাষৰ মাটি। ৩ নম্বৰ শ্যামপুৰ পকী দলং সংযোগী পথৰ দুয়োকাষৰ মাটি চপৰা চপৰে খহি যোৱাৰ পিছতো মেৰামতি কৰা নাই বিভাগটোৱে। যাৰ ফলত অতি বিপদসংকূলভাৱে যাতায়ত কৰিবলৈ বাধ্য হৈছে স্থানীয় ৰাইজ।

দলগাঁৱত গড়কাপ্তানী পথৰ দুৰৱস্থা

পথছোৱাৰ নিৰ্মাণৰ ববে বিভাগীয় কৰ্তৃপক্ষক বহু আবেদন-নিবেদন কৰিও সুফল পোৱা নাই স্থানীয় ৰাইজে। অচিৰেই পথছোৱা নিৰ্মাণ কৰিবলৈ গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে অঞ্চলটোৰ ৰাইজে।

Intro:** ধাৰাসাৰ বৰষুণৰ ফলত দলগাঁৱৰ শ্যামপুৰত খহিব ধৰিছে গড় কাপ্টানী পথ ।
** কানসাৰ নাই বিষয়া কৰ্মচাৰীৰ ।
Body:দলগাও / ১৫ জুন
বিয়াগোম গড় কাপ্টানী বিভাগৰ একাংশ বিষয়া কৰ্মচাৰী অৱহেলাৰ বাবে দলগাঁৱৰ শ্যামপুৰ-খাৰুপেটীয়া সংযোগী গড় কাপ্টানী পথৰ দুয়োকাষৰ মাটি ধাৰাসাৰ বৰষুণৰ ফলত খহিছে চপৰা চপৰে । ৩ নম্বৰ শ্যামপুৰ
পকী দলং সংযোগী পথৰ দুয়োকাষৰ মাটি চপৰা চপৰে খহি যোৱাৰ পিছতো মেৰামতি নকৰাৰ বাবে পথ চোৱাৰে যাতায়ত কৰা শ শ যান বাহনৰ চালক পৰিচালক দুৰ্ঘটনা সংঘটিত হোৱাৰ ভয়ত শংকিত হৈ পৰিছে ।Conclusion:চপৰা চপৰে মাটি খহি খহি গড় কাপ্টানী পথলৈ ভাবুকি কঢ়িয়াই অনা পথটো মেৰামতিৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ গড়কাপ্টানী বিভাগৰ বিষয়া কৰ্মচাৰীয়ে পদক্ষেপ লবনে ।

আব্দুল হাকিম
দলগাও ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.