ETV Bharat / state

অচিনাক্ত যুৱকক লৈ কৰ'ণাতংক সৰুপথাৰৰ চাংপুলবাসীৰ মাজত

author img

By

Published : Apr 5, 2020, 8:03 PM IST

লক ডাউনৰ মাজতে সৰুপথাৰৰ চাংপুলত অহা বহিঃ ৰাজ্যৰ এজন যুৱকক লৈ ৰাইজৰ মাজত সৃষ্টি হৈছে চাঞ্চল্য । ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ যুৱকজন মথুৰাৰ নিৱাসী বিৰেন্দ্ৰ কুমাৰ বুলি জানিবলৈ দিয়ে ।

panic condiotion of between the people of sarupathar for unknown pers

চাংপুল, 5 এপ্ৰিলঃ সৰুপথাৰৰ চাংপুলত এজন অচিনাক্ত যুৱকক কেন্দ্ৰ কৰি ৰাইজৰ মাজত সৃষ্টি হৈছে কৰ'ণাতংকৰ । বহিঃ ৰাজ্যৰ যুৱক এজন আহি গাঁওখনত ঘুৰি ফুৰিছে বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে । লক ডাউনৰ মাজতে যুৱকজন গাঁওখনলৈ তেনেকৈ, ক'ৰ পৰা আহিল তাক লৈ চাঞ্চল্য গাঁওবাসীৰ মাজত । পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ যুৱকজন মথুৰাৰ নিৱাসী বিৰেন্দ্ৰ কুমাৰ বুলি জানিবলৈ দিয়ে । প্ৰায় ১০ দিনৰ পূৰ্ৱে যুৱকজন মথুৰাৰ পৰা ৰে'লত অঞ্চলটোত ঘুৰি ফুৰা বুলিও জানিবলৈ দিয়ে আৰক্ষীয়ে । ইতিমধ্যে যুৱকজনৰ স্বাস্থ্য পৰীক্ষাৰ বাবে স্বাস্থ্য বিভাগৰ লোকক খবৰ দিছে আৰক্ষীয়ে ।

অচিনাক্ত যুৱকক লৈ কৰ'ণাতংক সৰুপথাৰৰ চাংপুলবাসীৰ মাজত

লগতে পঢ়কঃ অসমবাসীলৈ কি আহ্বান ছবি পৰিচালক অনুপম কৌশিকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.