ETV Bharat / state

গোলাঘাটত কেবৰ বিৰোধিতাৰে উলংগ প্ৰতিবাদ

author img

By

Published : Dec 10, 2019, 7:22 PM IST

গোলাঘাট জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি আৰক্ষীৰ হাতত আটক প্ৰতিবাদকাৰী ৷

Nacked protest in Golaghat
গোলাঘাটত কেবৰ বিৰোধিতাত উলংগ প্ৰতিবাদ

গোলাঘাট, 10 ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়ক শীঘ্ৰে বাতিলৰ দাবীত মঙলবাৰে গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উলংগ প্ৰতিবাদ সাব্যস্ত কৰে কুমুদ বৰঠাকুৰ নামৰ এজন প্ৰতিবাদকাৰীয়ে ৷ প্ৰতিবাদকাৰীজনে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ভূমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰি শীঘ্ৰে বিধেয়কখন বাতিলৰ দাবী জনায় ৷ তেওঁ লগতে দেশৰ জনসাধাৰণক এই জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিয়াৰ আহ্বান জনায় ৷

গোলাঘাটত কেবৰ বিৰোধিতাত উলংগ প্ৰতিবাদ

ইতিমধ্যে গোলাঘাট আৰক্ষীয়ে আটক কৰিছে প্ৰতিবাদকাৰী কুমুদ বৰঠাকুৰক ৷ কুমুদ বৰঠাকুৰৰ ঘৰ গোলাঘাট ফলঙনীত ৷

Intro:Body:গোলাঘাটত কেবৰ বিৰোধিতাত উলংগ প্ৰতিবাদ। গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদ। আৰক্ষীয়ে আটক কৰে প্ৰতিবাদকাৰীজনক। লোকজন গোলাঘাট ফলঙনী কুমুদ বৰঠাকুৰ। অতি শীঘ্ৰে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰক অন্যথা ইয়াতকৈ ভয়ংকৰ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান।Conclusion:Byte 1: কুমুদ বৰঠাকুৰ
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.