ETV Bharat / state

গোলাঘাটত পাৰিবাৰিক কন্দলৰ পৰিণতিত সংঘটিত হত্যাকাণ্ডঃ নিহত এক - নুমলীগড় আৰক্ষী

গোলাঘাটৰ ৩নং দৈগ্ৰোঙৰ মুগা ফাৰ্ম অঞ্চলত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এক হত্যাকাণ্ড ৷ পাৰিবাৰিক কন্দলৰ পৰিণতিতে সংঘটিত হত্যাকাণ্ডটোত ভাতৃয়ে ঘপিয়াই হত্যা কৰে ককায়েকক ৷ পৰিয়ালৰ লোকৰ ভাষ্য অনুসৰি,নিহত শগণ কৰ্মকাৰ নামৰ ব্যক্তিজনে দৈনিক সুৰাপান কৰি পত্নী-পৰিয়ালক অত্যাচাৰ কৰি আহিছিল। বৃহস্পতিবাৰে নিশা একেদৰে পৰিয়ালৰ লোকক অত্যাচাৰ কৰাত ভাতৃ শঙ্কৰ কৰ্মকাৰে দাৰে ঘপিয়াই হত্যা কৰে ককায়েক ৷

Murder at Golaghat
ককায়েকক হত্যা ভাতৃৰ
author img

By

Published : Feb 14, 2020, 5:35 PM IST

গোলাঘাট,14 ফেব্ৰুৱাৰীঃ গোলাঘাটত সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ গোলাঘাটৰ ৩নং দৈগ্ৰোঙৰ মুগা ফাৰ্ম অঞ্চলত বৃহস্পতিবাৰে নিশা সংঘটিত হয় হত্যাকাণ্ডটো ৷ পাৰিবাৰিক কন্দলৰ পৰিণতিতে সংঘটিত হত্যাকাণ্ডটোত ভাতৃয়ে ঘপিয়াই হত্যা কৰে ককায়েকক ৷

ককায়েকক হত্যা ভাতৃৰ

পৰিয়ালৰ লোকৰ ভাষ্য অনুসৰি,নিহত শগণ কৰ্মকাৰ নামৰ ব্যক্তিজনে দৈনিক সুৰাপান কৰি পত্নী-পৰিয়ালক অত্যাচাৰ কৰি আহিছিল। বৃহস্পতিবাৰে নিশা একেদৰে পৰিয়ালৰ লোকক অত্যাচাৰ কৰাত ভাতৃ শঙ্কৰ কৰ্মকাৰে দাৰে ঘপিয়াই হত্যা কৰে ককায়েক ৷ দাৰ ঘাপত ডিঙি আৰু পেটত আঘাত পোৱা শগণ কৰ্মকাৰ থিতাতে মৃত্যুমুখত পৰে ৷ নিশা ঘটনাস্থলীত নুমলীগড় আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে হত্যাকাণ্ডত ব্যৱহৃত দা খন ৷ কিন্তু হত্যাকাৰীজন বৰ্তমান পৰ্যন্ত পলাতক অৱস্থাত আছে ৷ আৰক্ষীৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে ৷

লগতে চাওকঃশিলচৰৰ কাটিগড়াত পিস্তলসহ আটক তিনি ডকাইত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.