ETV Bharat / state

হাইস্কুল শিক্ষান্ত পৰীক্ষাত বোকাখাতত মিশ্ৰিত ফলাফল

বুধবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বোকাখাতত উত্তীৰ্ণৰ হাৰ মিশ্ৰিত। বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰৰ পৰা অৱতীৰ্ণ হোৱা 827 জন পৰীক্ষাৰ্থীৰ 509 জন উত্তীৰ্ণ হোৱাৰ লগতে উত্তীৰ্ণৰ হাৰ 61.54 শতাংশ বুলি জানিব পৰা গৈছে ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত বোকাখাতত মিশ্ৰিত ফলাফল
author img

By

Published : May 15, 2019, 11:11 PM IST

বোকাখাত, ১৫ মে': বুধবাৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত বোকাখাতত উত্তীৰ্ণৰ হাৰ মিশ্ৰি । বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰৰ পৰা অৱতীৰ্ণ হোৱা 827 জন পৰীক্ষাৰ্থীৰ 509 জন উত্তীৰ্ণ হোৱাৰ লগতে উত্তীৰ্ণৰ হাৰ 61.54 শতাংশ বুলি জানিব পৰা গৈছে । ইয়াৰে প্ৰথম বিভাগত 191 জন,দ্বিতীয় বিভাগত 200 জন আৰু তৃতীয় বিভাগত 118 জন উত্তীৰ্ণ হৈছে। আন এটা পৰীক্ষা কেন্দ্ৰ কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফলাফলৰ হাৰ হতাশজনক বুলি জানিব পৰা গৈছে। কেন্দ্ৰটোৰ 266 জন পৰীক্ষাৰ্থীৰ মাত্ৰ 78 জনহে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে।

ETV BHARAT ASSAM
হাইস্কুল শিক্ষান্ত পৰীক্ষাত বোকাখাতত মিশ্ৰিত ফলাফল

বিপৰীতে বোকাখাতৰ চৰকাৰী বিদ্যালয় সমূহৰ তুলনাত বেচৰকাৰী বিদ্যালয়সমূহৰ ফলাফল সন্তোষজনক। প্ৰতি বছৰৰ দৰেই এই বছৰো 100 শতাংশ উত্তীৰ্ণৰে খ্ৰীষ্টজ্যোতি হাইস্কুলে সুনাম অক্ষুন্ন ৰাখিবলৈ সক্ষম হৈছে । স্কুলখনৰ 96 জন অৱতীৰ্ণ পৰীক্ষাৰ্থীৰ 14 জনে ডিষ্টিংচন,29 জনে ষ্টাৰ,75 জনে প্ৰথম বিভাগ,19 জনে দ্বিতীয় আৰু 2 জনে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ হতাশজনক ফলাফলৰ বিপৰীতে বোকাখাত টাউন হাইস্কুলৰ উত্তীৰ্ণৰ হাৰ আশাব্যঞ্জক । বিদ্যালয় খনৰ 80 জন অৱতীৰ্ণ পৰীক্ষাৰ্থীৰ 75 জন উত্তীৰ্ণ হোৱাৰ লগতে 3 জনে ডিষ্টিংচন, 4 জনে ষ্টাৰ, 21 জনে প্ৰথম বিভাগ, 43 জনে দ্বিতীয় আৰু 11 জনে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ।

Intro:হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মিশ্ৰিত ফলাফল বোকাখাততBody:বোকাখাত, 15-05-2019
বুধবাৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বোকাখাতত উত্তীৰ্ণৰ হাৰ মিশ্ৰিত পৰিলক্ষিত হয়। বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰৰ 827 জন অৱৰ্তীন পৰীক্ষাৰ্থীৰ বিপৰীতে 509 জন উত্তীৰ্ণ হয়। তাৰে প্ৰথম বিভাগত 191 জন, দ্বিতীয় বিভাগত 200 জন আৰু তৃতীয় বিভাগত 118 জন উত্তীৰ্ণ হয়। উত্তীৰ্ণৰ হাৰ 61.54।
বোকাখাতৰ আন এটা পৰীক্ষা কেন্দ্ৰ কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফলাফলৰ হাৰ হতাশজনক। কেন্দ্ৰটোৰ 266 জন পৰীক্ষাৰ্থীৰ মাত্ৰ 78 জনহে উত্তীৰ্ণ হবলৈ সক্ষম হয়।
বোকাখাতৰ চৰকাৰী বিদ্যালয় সমূহৰ তুলনাত বেচৰকাৰী বিদ্যালয় সমূহৰ ফলাফল সন্তোষজনক। প্ৰতি বছৰৰ দৰেই এই বছৰো 100 শতাংশ উত্তীৰ্ণৰে খ্ৰীষ্টজ্যোতি হাইস্কুলে সুনাম অক্ষুন্ন ৰাখিবলৈ সক্ষম হয়। স্কুলখনৰ 96 জন অৱতীৰ্ণ পৰীক্ষাৰ্থীৰ 14 জনে দিষ্টীংচন, 29 জনে ষ্টাৰ, 75 জনে প্ৰথম বিভাগ, 19 জনে দ্বিতীয় আৰু 2 জনে তৃতীয় বিভাগত উত্তীৰ্ণ হয়। চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ হতাশজনক ফলাফলৰ বিপৰীতে বোকাখাত টাউন হাইস্কুলৰ উত্তীৰ্ণৰ হাৰ আশাব্যঞ্জক। বিদ্যালয়খনৰ অৱৰ্তীন 80 জন অৱৰ্তীন পৰীক্ষাৰ্থীৰ 75 জন উত্তীৰ্ণ হয়। তাৰে 3 জনে ডিষ্টীংচন, 4 জনে ষ্টাৰ, 21 জনে প্ৰথম বিভাগ, 43 জনে দ্বিতীয় আৰু 11 জনে তৃতীয় বিভাগত উত্তীৰ্ণ হয়।Conclusion:শ্ৰীমন্ত বৰাৰ ৰিপৰ্ট
ETV BHARAT, BOKAKHAT
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.