ETV Bharat / state

বিহৰা গৰু বজাৰৰ বাবেই ৰাজপথত তীব্ৰ যান-জঁট

সমগ্ৰ ৰাজ্যজুৰি অনুষ্ঠিত হোৱা অসম শক্তি বিতৰক কোম্পানী লিমিটেডৰ লিখিত পৰীক্ষাৰ বাবে অহা পৰীক্ষাৰ্থীসকলে সময়মতে পৰীক্ষা কেন্দ্ৰত উপস্থিত থাকিবলৈ সক্ষম নহ'ল ৷

author img

By

Published : Apr 28, 2019, 4:38 PM IST

etvbharatassam

বোকাখাত, 28 এপ্ৰিলঃ গৰুৰ বজাৰৰ বাবে 37 নং ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি তীব্ৰ যান-জঁট ৷ বোকাখাতৰ বিহৰাস্থিত গৰুৰ বজাৰখনৰ বাবে দেওবাৰে দিনৰ ভাগত সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় যান-জঁট ৷

ৰাজপথত তীব্ৰ যান-জঁট

সমগ্ৰ অসমতে আজি অনুষ্ঠিত হোৱা অসম শক্তি বিতৰক কোম্পানী লিমিটেডৰ লিখিত পৰীক্ষাৰ বাবে অহা পৰীক্ষাৰ্থীসকল আৱদ্ধ হৈ পৰে যান-জঁটৰ মাজত ৷ সুদীৰ্ঘ দিন ধৰি এই বজাৰ খনে ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ যান-জঁটৰ সৃষ্টি কৰি আহিছে যদিও প্ৰশাসনে আজিকোপতি কোনো পদক্ষেপ লোৱা দেখিবলৈ পোৱা হোৱা নাই । যাৰ ফলত পৰীক্ষা কেন্দ্ৰসমূহত কিছু পৰীক্ষাৰ্থী সময়মতে উপস্থিত হওঁতে বিলম্ব হয় ।

Intro:চকুমুদা কুলিৰ ৰূপত প্ৰশাসন, ৰাষ্ট্ৰীয় ঘাইপথত গৰুৰ মুকলি বেহাBody:বোকাখাত, 28/04/2019
সমগ্ৰ অসমতে আজি APDCLৰ নিযুক্তিৰ লিখিত পৰীক্ষা অনুষ্ঠিত হৈছে। 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে লাগি থকা বিহৰাৰ গৰু বজাৰ খনে এই পৰীক্ষাত অৱতীৰ্ণ পৰীক্ষাৰ্থী সকলক বাৰুকৈয়ে জলা-কলা খুওৱা পৰিলক্ষিত হৈছে। সুদীৰ্ঘ দিন ধৰি এই বজাৰ খনে ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ যান-জঁটৰ সৃষ্টি কৰি আহিছে যদিও প্ৰশাসনে আজিকোপতি কোনো পদক্ষেপ লোৱা দেখিবলৈ পোৱা হোৱা নাই। যাৰ ফলত আজি পৰীক্ষা কেন্দ্ৰ সমূহত সময়মতে কিছু পৰীক্ষাৰ্থী উপস্থিত হওঁতে বিলম্ব হয়। আজিৰ দৰে পৰিস্থিতিৰ পুনৰাবৃত্তি নহবলে প্ৰশাসনে এতিয়াই বিহীত ব্যৱস্থা নললে ভৱিষ্যতে ইয়াতকৈও ডাঙৰ সমস্যাৰ সৃষ্টি হব পাৰে বুলি ধাৰণা কৰা হৈছে।Conclusion:শ্ৰীমন্ত বৰাৰ ৰিপৰ্ট
ETV BHARAT, BOKAKHAT
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.