ETV Bharat / state

চাৰিদিনলৈ বন্ধ মৰঙি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু মৰঙী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় - covid 19

মৰঙী অঞ্চলৰ এজন যুৱকৰ দেহত ক'ভিড 19 ৰ অৱস্থিতি ধৰা পৰাৰ পাছতেই গণ সংক্ৰমণ হোৱাৰ আশংকাতে বন্ধ কৰি দিয়া হৈছে চিকিৎসালয়খন আৰু কাৰ্যালয়টো ।

Golaghat Corona Terror
চাৰিদিনলৈ বন্ধ মৰঙি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু মৰঙী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়
author img

By

Published : Jun 28, 2020, 11:17 AM IST

গোলাঘাট, 28 জুন : গোলাঘাটত ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে ক'ভিড 19 ৰ গণ সংক্ৰমণৰ আশংকা । ক'ভিড 19ৰ সংক্ৰমণৰ আশংকাত চাৰিদিনৰ বাবে বন্ধ কৰা হৈছে মৰঙি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু মৰঙী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় । চিকিৎসালয়খন আৰু ৰাজহ চক্ৰ কাৰ্যালয়টোৰ সকলো কৰ্মচাৰী, চিকিৎসা কৰ্মীক বৰ্তমান কোৱাৰেণ্টাইন কৰাৰ লগতে সকলোৰে স্বাব টেষ্ট কৰিছে গোলাঘাট স্বাস্থ্য বিভাগে ।

চাৰিদিনলৈ বন্ধ মৰঙি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু মৰঙী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়

স্বাব টেষ্টৰ ফলাফল নহা পৰ্যন্ত বন্ধ থাকিব মৰঙি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু চক্ৰ বিষয়াৰ কাৰ্যালয় । মৰঙী অঞ্চলৰ এজন যুৱকৰ দেহত ক'ভিড 19 ৰ অৱস্থিতি ধৰা পৰাৰ পাছতেই গণ সংক্ৰমণ হোৱাৰ আশংকাতে বন্ধ কৰি দিয়া হৈছে চিকিৎসালয়খন আৰু কাৰ্যালয়টো ।

লগতে পঢ়ক : লক ডাউনে প্ৰভাৱ পেলাইছে ভাৰতৰ 24.7 কোটি শিশুৰ অধ্যয়নত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.