ETV Bharat / state

নুমলীগড়ত বন্যহস্তীৰ বিচৰণে আতংকিত কৰিছে ৰাইজক

বৰ্তমান এটা হাতীৰ জাক কাষতে থকা এখন চাহ বাগিচাত আশ্ৰয় লৈ থকাত আতংকিত হৈ আছে অঞ্চলটোৰ লোকসকল। কিন্তু ইমানৰ পিছতো বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই এই হাতী মানুহৰ সংঘাত প্ৰতিৰোধৰ বাবে ।

author img

By

Published : Jul 10, 2019, 7:33 PM IST

নুমলীগড়ত অব্যাহত আছে হাতী মানুহৰ সংঘাট

গোলাঘাট, 10 জুলাইঃ গোলাঘাট জিলা নুমলীগড়ৰ বুঢ়া গোহাঁইখাট অঞ্চলত বন্যহস্তীৰ জাকে দিন দুপৰতে লণ্ডভণ্ড কৰে বুঢ়া গোহাঁইখাট মধ্য ইংৰাজী বিদ্যালয় গৃহ আৰু ২ নং বুঢ়া গোহাঁই খাট নিম্ন বুনিয়াদী বিদ্যালয়ৰ গৃহ । বন্যহস্তীয়ে খাই নিষ্ট কৰিলে মধ্যাহ্ন ভোজনৰ চাউল । লগতে অঞ্চলটোত হাতীৰ জাকটোৱে কেইবাটাও বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে ।

নুমলীগড়ত অব্যাহত আছে হাতী মানুহৰ সংঘাট

ইফালে বৰ্তমান এটা হাতীৰ জাক কাষতে থকা এখন চাহ বাগিচাত আশ্ৰয় লৈ থকাত আতংকিত হৈ আছে অঞ্চলটোৰ লোকসকল। কিন্তু ইমানৰ পিছতো বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই এই হাতী মানুহৰ সংঘাত প্ৰতিৰোধৰ বাবে ।

Intro:গোলাঘাট জিলা নুমলীগড় ত অব্যাহত আছে হাতী মানুহৰ সংঘাত । দিন দুপৰতে বন্য হস্তীৰ জাকে ভাঙি তহিলং কৰিলে দুখন কৈ বিদ্যালয় আৰু বহু কেইটা বাসগৃহ ।
Body:এই দৃশ্য গোলাঘাট জিলা নুমলীগড় ৰ বুঢ়া গোহাঁইখাট অঞ্চলৰ । দিন দুপৰতে বন্য হস্তী ৰ জাকে অঞ্চলটোত উপদ্ৰপ চলাই ভাঙি তহিলং কৰিলে বুঢ়া গোহাঁইখাট মধ্য ইংৰাজী বিদ্যালয় গৃহ আৰু ২ নং বুঢ়া গোহাঁই খাট নিম্ন বুনিয়াদী বিদ্যালয়ৰ গৃহ । খাই অনিষ্ট কৰিলে মধ্যাহ্ন ভোজনৰ চাউল । লগতে অঞ্চলটোত হাতীৰ জাকটোৱে কেইবাটাও বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিলে । ইফালে অঞ্চলটোত দিনে নিশাই দৈনিক অব্যাহত আছে বন্য হস্তীৰ উপদ্ৰপ । এতিয়া অঞ্চলটোৰ লোক সকলে খেতি এৰি দিছে বন্য হস্তীৰ উপদ্ৰপ ৰ বাবে । ইফালে বৰ্তমান এটা হাতীৰ জাক কাষতে থকা এখন চাহ বাগিচাত আশ্ৰয় লৈ থকাত আতংকিত হৈ আছে অঞ্চলটোৰ লোক সকল। কিন্তু ইমানৰ পিছতো বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই এই হাতী মানুহৰ সংঘাত প্ৰতিৰোধ ৰ বাবে ।Conclusion:Byte 1 : স্থানীয় বাসীন্দা
গোলাঘাট সমষ্টিৰ পৰা চামিম আলি , etv Bharat , অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.