সৰুপথাৰ,6 মে'ঃ দেশজুৰি অব্যাহত লক্ ডাউন । দেশত চলি আছে লক্ ডাউনৰ তৃতীয় পৰ্যায়। লক্ ডাউনত সমগ্ৰ দেশ এতিয়া স্তব্ধ হৈ পৰিছে । বিশ্ব মহিলা বক্সাৰ টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা ধনশিৰি মহকুমাৰ জীয়ৰী লাভলীনা বৰগোঁহাইয়ে লক্ ডাউনৰ বাবে ঘৰতে থাকিবলগীয়া হৈছে । তেওঁ নিজ ঘৰতেই ২০২১ চনত অনুষ্ঠিত হ'বলগীয়া টকিঅ' অলিম্পিকৰ বাবে অনুশীলন অব্যাহত ৰাখিছে । ইতিমধ্যে SPORTS AUTHORITY OF INDIA ই লাভলিনাক অনুশীলন কৰিবৰ বাবে প্ৰয়োজনীয় সমগ্ৰী সমূহ ঘৰতেই যোগান ধৰিছে । চাওঁচোন আহক লাভলিনাই কেনেদৰে ঘৰতে অনুশীলন কৰিছে ।
টকিঅ' অলিম্পিকৰ বাবে ঘৰতেই অনুশীলন কৰিছে লাভলিনা বৰগোঁহাইয়ে
লক্ ডাউনৰ বাবে ঘৰত থাকি অনুশীলন কৰি আছে অসম গৌৰৱ লাভলিনা বৰগোঁহাইয়ে ৷ SPORTS AUTHORITY OF INDIA ই লাভলিনাক অনুশীলন কৰিবৰ বাবে ঘৰতেই যোগান ধৰিছে প্ৰয়োজনীয় সমগ্ৰী সমূহ ৷