ETV Bharat / state

মৰিয়নীৰ পৰা উদ্ধাৰ নাহৰফুটুকীৰ পোৱালি

মৰিয়নীৰ দিহিঙীয়াপাৰ চাহ বাগিচাত উদ্ধাৰ হয় এটি নাহৰফুটুকী পোৱালী ৷ পৰৱৰ্তী সচেতন ৰাইজৰ চেষ্টাত বাঘ পোৱালীটো বন বিভাগক গতাই দিয়া হয় ৷

মৰিয়নীৰ পৰা উদ্ধাৰ নাহৰফুটুকীৰ পোৱালী
author img

By

Published : Jun 4, 2019, 11:43 PM IST

মৰিয়নী, 4 জুনঃ মৰিয়নীৰ দিহিঙীয়াপাৰ চাহ বাগিচাত আজি দিনৰ ভাগত উদ্ধাৰ হয় এটি নাহৰফুটুকী বাঘৰ পোৱালী ৷ চাহ বাগিছাত কাম কৰি থকা কেইগৰাকীমান মহিলাই বাঘ পোৱালীটো প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজক খবৰ দিয়ে ৷

আৰু পঢ়কঃ বছৰি এক শতাংশকৈ কিয় হ্ৰাস পাইছে বন্যহস্তীৰ সংখ্যা ?

স্থানীয় সচেতন ৰাইজৰ উপস্থিতিত কেইগৰাকীমান পৰিৱেশপ্ৰেমী যুৱকে বাঘ পোৱালীটো উদ্ধাৰ কৰি বন বিভাগক গটাই দিয়ে ৷ বৰ্তমানে মেলেং খণ্ড বন বিষয়াৰ তত্বাৱধানত বাঘ পোৱালীটোৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত সুস্থ বুলি জানিব পৰা গৈছে ৷ পৰৱৰ্তী সময়ত বনবিভাগে ছমহীয়া বাঘ পোৱালীটো হোলোংগাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্যত মোকোলাই দিয়ে ৷

Intro:মৰিয়নীত নাহৰফুটুকী বাঘৰ পোৱালি উদ্ধাৰ। Body:MARIANI LEOPARD RECOVER

মৰিয়নীত নাহৰফুটুকী বাঘৰ পোৱালি উদ্ধাৰ।

আজি বিয়লি মৰিয়নীৰ দিহিঙীয়াপাৰ চাহ বাগিচাত এটা কণমানি বাঘৰ পোৱালি উদ্ধাৰ কৰে। জানিব পৰা বাগিচাখনত কাম কৰি থকা অৱস্থাত কেইগৰাকী মান মহিলাই নাহৰফুটুকী বাঘৰ পোৱালিতো প্ৰত্যক্ষ কৰে। তাৰ পাছতে সেই স্থানত কেইজনমান স্থানীয় যুৱক উপস্থিত হৈ বাঘৰ পোৱালিতো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।যুৱককেইজনে বাঘৰ পোৱালীটোক মেলেং খণ্ড বনবিষয়াক গতাই দিয়ে। পৰৱৰ্তী সময়ত বন বিভাগৰ লোকে ছমহীয়া নাহৰফুটুকী বাঘৰ পোৱালীটোক হোলোংগাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্যত মোকোলাই দিয়ে। এই সন্দৰ্ভত স্থানীয় যুৱকে এইদৰে জানিবলৈ দিয়ে।
Bite.

RANJIT BORAH
MARIANI.Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.