গোলাঘাট, 29 ফেব্ৰুৱাৰীঃ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক বিদ্যুৎ শইকীয়াক গ্ৰেপ্তাৰ গোলাঘাট আৰক্ষীৰ । শুকুৰবাৰে বিদ্যুৎ শইকীয়াক ২০১৩ চনৰ এটা পুৰণি গোচৰৰ ভাষ্য দিবলৈ গোলাঘাট থানালৈ মাতি আনিছিল বুলি জানিবলৈ দিয়ে ছাত্ৰ নেতাজনে ৷ ভাষ্য দিবলৈ অহা সময়তে গোলাঘাট আৰক্ষীয়ে ৰাজপথৰ পৰা ছাত্ৰ নেতাজনক গ্ৰেপ্তাৰ কৰে ৷ আনহাতে, কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে চলাই যোৱা CAA বিৰোধী আন্দোলনলৈ চৰকাৰে ভয় কৰি নেতা জনক গ্ৰেপ্তাৰ কৰে বুলি মন্তব্য কৰে ছাত্ৰ নেতাজনে ।
ছাত্ৰ নেতা বিদ্যুৎ শইকীয়াক গ্ৰেপ্তাৰ - ছাত্ৰ নেতা বিদ্যুৎ শইকীয়াক গ্ৰেপ্তাৰ
শুকুৰবাৰে নিশা ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক বিদ্যুৎ শইকীয়াক গ্ৰেপ্তাৰ কৰে গোলাঘাট আৰক্ষীয়ে । ২০১৩ চনৰ পুৰণি গোচৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে ছাত্ৰ নেতাজনক ৷

ছাত্ৰ নেতা বিদ্যুৎ শইকীয়াক গ্ৰেপ্তাৰ