ETV Bharat / state

এন আৰ চিৰ পৰা বাদ পৰা লোকসকলক সহায় কৰিব ঐক্য সেনা অসমে

author img

By

Published : Sep 2, 2019, 12:07 PM IST

Updated : Sep 9, 2019, 2:33 PM IST

এন আৰ চিৰ পৰা নাম বাদ পৰা খিলঞ্জীয়া লোকসকলক আইনী সহায় আগবঢ়াব ঐক্য সেনা অসমে ৷

সহায়ৰ বাবে উলাই আহিল এক্যসেনা

গোলাঘাট, 2 ছেপ্তেম্বৰঃ গোলাঘাটত এন আৰ চিৰ চূড়ান্ত তালিকাত বাদ পৰা লোকসকলৰ সহায়ৰ বাবে ওলাই আহিল ঐক্যসেনা অসম আৰু জমিয়ৎ উলেমা ৷ এন আৰ চিৰ পৰা নাম বাদ পৰা প্ৰকৃত ভাৰতীয়ৰ কাষত থিয় দিব ঐক্য সেনা অসম আৰু দেৰগাওঁ জমিয়ৎ উলেমা হিন্দ ৷

সহায়ৰ বাবে উলাই আহিল এক্যসেনা

দেৰগাঁৱৰ এটা NRC কেন্দ্ৰত উপস্থিত হৈ সংগঠন দুটাই এই ঘোষণা কৰে ৷ ইয়াৰোপৰিও তেওঁলোকে কয় যে তেওঁলোকে এন আৰ চিৰ পৰা নাম বাদ পৰা খিলঞ্জীয়া সকলক আইনী সহায় আগবঢ়াব ৷ ইপিনে দেৰগাঁও জমিয়ৎ উলেমাৰ সভাপতি আলহাজ ৰাজুমনি হুছেইন আৰু ঐক্য সেনা অসমৰ কেন্দ্ৰীয় সম্পাদক জিয়াউদ্দিন আহমেদে সংবাদ মাধ্যমৰ আগত সাধাৰণ ৰাইজলৈ আহ্বান জনাই যে এন আৰ চিত নাম বাদ পৰা লোক সকল শংকিত হ'ব নালাগে ৷

Intro:এন আৰ চিৰ চুড়ান্ত তালিকাত বাদ পৰা লোক সকলক সহায়ৰ বাবে ওলাই ঐক্যসেনা অসম আৰু জমিয়ত উলেমা Body:

* NRC ৰ পৰা নাম বাদ পৰা প্ৰকৃত ভাৰতীয়ৰ কাষত থিয় হ'ব ঐক্য সেনা অসম আৰু দেৰগাওঁ জমিয়ৎ উলেমা হিন্দ  

* দেৰগাওঁ NRC কেন্দ্ৰত উপস্থিত হৈ এই ঘোষনা সংগঠন দুটাৰ  

* NRC ৰ পৰা নাম বাদ পৰা খিলঞ্জিয়াক আইনী সহায় আগবঢ়াব সংগঠন দুটাই

* নাম বাদ পৰা সকলক সংকিত নহবলৈ আহ্বান 
* দেৰগাওঁ জমিয়ৎ উলেমাৰ সভাপতি আলহাজ ৰাজুমনি হুছেইন আৰু ঐক্য সেনা অসমৰ কেন্দ্ৰীয় সম্পাদক জিয়াউদ্দিন আহমেদে সংবাদ মাধ্যমক অৱগত কৰিছে এই কথাConclusion:সাধাৰন ৰাইজে শ্বস্তিৰ নিশ্বাস লৈছে
Last Updated : Sep 9, 2019, 2:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.