ETV Bharat / state

অখিল গগৈৰ মুক্তিৰ দাবীত গোলাঘাটত অভিনৱ প্ৰতিবাদ

author img

By

Published : Jul 22, 2020, 4:39 PM IST

Updated : Jul 22, 2020, 5:14 PM IST

অখিল গগৈৰ মুক্তিৰ দাবীত গোলাঘাটত অভিনৱ প্ৰতিবাদ
অখিল গগৈৰ মুক্তিৰ দাবীত গোলাঘাটত অভিনৱ প্ৰতিবাদ

15:23 July 22

কৰ'ণা সংক্ৰমণৰ মাজতেই গোলাঘাটত অভিনৱ প্ৰতিবাদ । ভূপেন হাজৰিকাৰ গীতৰ কলি আওৰাই অখিল গগৈৰ মুক্তিৰ দাবী ।

অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ গোলাঘাটত

গোলাঘাট, 22 জুলাই: গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সমীপত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ কাৰ্যসূচী। গোলাঘাটৰ তিনিখন মহাবিদ্যালয়ৰ সাংস্কৃতিক প্ৰতিনিধি আৰু দুই সংগঠনৰ সদস্যই সাব্যস্ত কৰে এই প্ৰতিবাদ । অখিল গগৈ সহ অন্যন্য নেতা সকলৰ মুক্তিৰ দাবীত গোলাঘাটত অভিনৱ প্ৰতিবাদ কাযসূচী ৰূপায়ণ কৰা হয় ৷ স্বৰ্গীয় ভূপেন হাজৰিকাৰ গীতৰ কলি আওৰাই অখিল গগৈক মুক্তিৰ দাবী কৰে প্ৰতিবাদকাৰীয়ে ।

আনহাতে প্ৰতিবাদস্থলীৰ পৰা কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতাক কাৰাৰুদ্ধ কৰি কা বিৰোধী আন্দোলন স্তিমিত কৰিব নোৱাৰিব বুলিও সকীয়নি প্ৰদান কৰে ৷ বৰঞ্চ সাত মাহ ধৰি কাৰাৰুদ্ধ হৈ থকা কাৰ্যই নেতা সকলৰ মনোবল অধিক দৃঢ়হে কৰিছে বুলি মন্তব্য কৰে ।

লগতে চাওক-গাজিয়াবাদৰ গুলীচালনাত আহত সাংবাদিক বিক্ৰম জোশীৰ মৃত্যু

Last Updated : Jul 22, 2020, 5:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.