ETV Bharat / state

গোলাঘাট নগৰত বজাৰ তথা ব‍্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ নতুন নিয়ম - chambers of commerce golaghat

19 জুনৰ পৰা কাৰ্যকৰী হ'ব এই নতুন নিয়ম । গোলাঘাট ইউনাইটেড চেম্বাৰছ অৱ কমাৰ্চ আৰু অসম চেম্বাৰছ অৱ কমাৰ্চ গোলাঘাট সমিতিৰ দ্বাৰা ধাৰ্য কৰা হৈছে এই নিয়ম ।

গোলাঘাট নগৰত বজাৰ তথা ব‍্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ নতুন নিয়ম

author img

By

Published : Jun 18, 2020, 10:09 PM IST

গোলাঘাট, 18 জুনঃ গোলাঘাট নগৰত বজাৰ তথা ব‍্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ নতুন নিয়ম নিৰ্ধাৰণ কৰা হৈছে । 19 জুনৰ পৰা কাৰ্যকৰী হ'ব এই নতুন নিয়ম ।

নিৰ্ধাৰিত নতুন নিয়ম অনুসৰি পুৱা 9 বজাত ব‍্যৱসায়িক প্ৰতিষ্ঠান তথা বজাৰ মুকলি কৰিব পাৰিব আৰু সন্ধিয়া 6 বজাত বন্ধ কৰিব লাগিব।

গোলাঘাট নগৰত বজাৰ তথা ব‍্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ নতুন নিয়ম

গোলাঘাট ইউনাইটেড চেম্বাৰছ অৱ কমাৰ্চ আৰু অসম চেম্বাৰছ অৱ কমাৰ্চ গোলাঘাট সমিতিৰ দ্বাৰা গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত ।

দুয়ো চেম্বাৰছ অৱ কমাৰ্চে জিলা উপাযুক্তক প্ৰদান কৰে সিদ্ধান্ত সমূহ । জিলাখনত COVID-19 ৰ গণ সংক্ৰমণ ৰোধৰ বাবে এই পদক্ষেপ চেম্বাৰছ অৱ কমাৰ্চৰ ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.