ETV Bharat / state

গোলাঘাটত জুৱা-চুলাই মদৰ ঘাটি উৎখাত

author img

By

Published : Mar 16, 2020, 10:29 AM IST

দীৰ্ঘদিনৰ পৰা চাবুকধৰা ঘাটৰ দলংৰ কাষত চলি আহিছিল জুৱা-মদৰ আড্ডা ৷ দেৰগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত আৰক্ষীৰ দল এটাই উৎখাত কৰে এই আড্ডা ৷

গোলাঘাটত জুৱা-চুলাই মদৰ আড্ডা উৎখাত
গোলাঘাটত জুৱা-চুলাই মদৰ আড্ডা উৎখাত

গোলাঘাট, 16 মাৰ্চঃ সোমবাৰে দেৰগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৰেন্দ্ৰ নাথ বাৰিকৰ নেতৃত্বত এটা আৰক্ষী দলে উৎখাত কৰে অবৈধ জুৱা আৰু সুৰাৰ আড্ডা ৷ দীৰ্ঘদিনৰ পৰা গোলাঘাট আৰু যোৰহাট জিলা বিভক্ত কৰা কাকডোঙা নদীৰ যোৰহাট দিশৰ চাবুকধৰা ঘাটৰ দলংৰ কাষতে এই আড্ডা চলি আহিছিল ৷ এই তথ্য লাভ কৰাৰ পাচতেই আৰক্ষীৰ দলটো তাত উপস্থিত হয় ৷ আৰক্ষীৰ উপস্থিতিৰ উমান লাভ কৰি জুৱাৰী কেইজন কাকডোঙা নদী পাৰ হৈ পলায়ন কৰে, যাৰ ফলত এজনো লোকক আৰক্ষীয়ে কৰায়ত্ত কৰিব নোৱাৰিলে ৷

golaghat gambling and wine destroy
অভিযানত জব্দ জুৱাকৰ সামগ্ৰী

অৱশ্যে আৰক্ষীয়ে AS-03X-3044 নম্বৰৰ লগতে এখন নম্বৰ প্লেট বিহীন মটৰচাইকেল জব্দ কৰে ৷

গোলাঘাটত জুৱা-চুলাই মদৰ আড্ডা উৎখাত

লগতে পঢ়কঃ বৰপেটা ৰোডত জব্দ বৃহৎ পৰিমাণৰ বিলাতী সুৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.