ETV Bharat / state

গোলাঘাটৰ শালমৰাত ৰঙা আৰু সেউজীয়াৰ আচ্ছাদন

চাৰিওফালে কেৱল ভোটজলকীয়াৰ খেতি ৷

author img

By

Published : Jun 21, 2019, 6:31 PM IST

চাৰিওফালে কেৱল ভোটজলকীয়া

গোলাঘাট,২১জুনঃ ভোট জলকীয়াৰ খেতিৰে স্বাৱলম্বিতা অৰ্জন কৰিছে গোলাঘাটৰ 10 গৰাকী মহিলাই । কঠোৰ পৰিশ্ৰমেৰে ভোট জলকীয়াৰ খেতি কৰি উন্নতমানৰ ভোটজলকীয়া উৎপাদন কৰিবলৈ সক্ষম হৈছে গোলাঘাটৰ প্ৰতিধ্বনি আত্মসহায়ক গোটৰ এইসকল মহিলাই । প্ৰতিধ্বনি আত্মসহায়ক গোটৰ এই 10 গৰাকী মহিলাই নিজকে সম্পূৰ্ণৰূপে নিয়োগ কৰিছে এই ভোটজলকীয়া খেতিত।

Intro:গোলাঘাট শালমৰা মুখৰ ১০গৰাকী মহিলাৰে গঠিত এটা আত্মসহায়ক গোটে কৃষি কৰ্মৰ দ্বাৰা দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন ৷
বন্ধন বেংকৰ ঋণ মাৰিবলৈ নহয় কঠোৰ পৰিশ্ৰমৰৰে খেটি কৰি ফচল উৎপাদন কৰিবলৈ এইবাৰ কৃষি কৰ্মত নিয়োজিত হৈছে গোলাঘাটৰ শালমৰা মুখৰ মহিলা ‌।Body:প্ৰতিধ্বনি আত্মসহায়ক গোটৰ ১০গৰাকী মহিলা ৷ মহিলা সকল ব্যস্ত হৈ পৰিছে ভোট জলকীয়া খেতিত ৷ মাত্ৰ এবিঘা মাটি তেই ভোট জলকীয়াৰ খেতি কৰি প্ৰথমে নিৰাশ হৈছিল তেওঁলোক ৷ কিয়নো কঠোৰ শ্ৰমেৰে কৰা খেতিত ভোট জলকীয়া লাগিবৰ সময়তেই বেমাৰ লগাত তেওঁলোক জিলা কৃষি বিভাগৰ কাষ চপাত বিভাগে তেওঁলোকক কিছূ ঔষধ আৰু দিহা পৰামৰ্শ দিয়াত গছ সমূহ এতিয়া সেউজীয়া, ৰঙা ৰঙেৰে নদন বদন হৈ পৰিছে ৷ বৰ্তমানলৈকে সপ্তাহত দুবাৰ কৈ মুঠ ৬০ কেজি জলকীয়া প্ৰতি পাইকাৰী ১৪০ টকা আৰু খুচুৰা ২০০ টকাকৈ বিক্ৰী কৰিলে ৷ গছত ডাল ভৰি লগা ভোট জলকীয়াৰ ৰঙা ৰঙে অধিক উৎপাদন আৰু লাভৰ আশা কৰিছে এই মহিলা কৃষক সকলে ৷Conclusion:Byte. 1 : সভানেত্ৰী , প্ৰতিধ্বনি আত্মসহায়ক গোট

গোলাঘাট সমষ্টিৰ পৰা চামিম আলি , etv Bharat, অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.