গোলাঘাট, 5 অক্টোবৰ: গোলাঘাটৰ দৈগ্ৰোঙত ৰাইজৰ হাতত আটক চোৰ। দৈগ্ৰোঙত ৰাজু তাঁতী নামৰ এটা চুৰক দিন দুপৰতে হাতে লোটে ধৰে ৰাইজে । দৈগ্ৰোঙ অঞ্চলৰ তিনিটা ঘৰৰ দৰ্জা ভাঙি ভিতৰত সোমাই চুৰ কৰি পলাই যোৱা অৱস্থাতে ৰাইজে খেদি খেদি আটক কৰে চোৰটোক। তাৰ পিছতে ৰাজু তাঁতী নামৰ চোৰটোক ধৰি বান্ধি ৰাইজে উত্তম মধ্যম দিয়ে। ঘটনাৰ বহু পলম কৈ নুমলীগড় আৰক্ষী উপস্থিত হৈ ৰাইজৰ কবলৰ পৰা উদ্ধাৰ কৰে চোৰটোক। আটক হোৱা ৰাজু তাঁতীৰ ঘৰ নুমলীগড়ত। ৰাইজৰ সন্দেহ চোৰটোৰ লগত আৰু কেইবাজনো সদস্য আছিল। বৰ্তমান ৰাজু তাঁতীক নুমলীগড় আৰক্ষীৰ জিম্মাত সোধা পোচা অব্যাহত ৰাখিছে ৷
গোলাঘাটৰ দৈগ্ৰোঙত ৰাইজে কিলালে ৰাজুক - গোলাঘাটৰ দৈগ্ৰোঙত ৰাইজে কিলালে ৰাজুক
গোলাঘাটৰ দৈগ্ৰোঙত ৰাইজে এটা চোৰক চোৰ কৰি পলাওতে ধৰি বান্ধি উত্তম-মধ্যম দিয়ে ৷ পাছত আৰক্ষী আহি ৰাইজৰ কবলৰ পৰা উদ্ধাৰ কৰে চোৰটোক ৷
![গোলাঘাটৰ দৈগ্ৰোঙত ৰাইজে কিলালে ৰাজুক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4964312-thumbnail-3x2-golghat.jpg?imwidth=3840)
গোলাঘাট, 5 অক্টোবৰ: গোলাঘাটৰ দৈগ্ৰোঙত ৰাইজৰ হাতত আটক চোৰ। দৈগ্ৰোঙত ৰাজু তাঁতী নামৰ এটা চুৰক দিন দুপৰতে হাতে লোটে ধৰে ৰাইজে । দৈগ্ৰোঙ অঞ্চলৰ তিনিটা ঘৰৰ দৰ্জা ভাঙি ভিতৰত সোমাই চুৰ কৰি পলাই যোৱা অৱস্থাতে ৰাইজে খেদি খেদি আটক কৰে চোৰটোক। তাৰ পিছতে ৰাজু তাঁতী নামৰ চোৰটোক ধৰি বান্ধি ৰাইজে উত্তম মধ্যম দিয়ে। ঘটনাৰ বহু পলম কৈ নুমলীগড় আৰক্ষী উপস্থিত হৈ ৰাইজৰ কবলৰ পৰা উদ্ধাৰ কৰে চোৰটোক। আটক হোৱা ৰাজু তাঁতীৰ ঘৰ নুমলীগড়ত। ৰাইজৰ সন্দেহ চোৰটোৰ লগত আৰু কেইবাজনো সদস্য আছিল। বৰ্তমান ৰাজু তাঁতীক নুমলীগড় আৰক্ষীৰ জিম্মাত সোধা পোচা অব্যাহত ৰাখিছে ৷
গোলাঘাটৰ দৈগ্ৰোঙত এটা চুৰৰ বিলৈ । ৰাজু তাঁতী নামৰ এটা চুৰক দিন দুপৰতে হাতেলুটে ধৰি দিলে ঔকিল ।। দৈগ্ৰোঙ অঞ্চলৰ তিনিটা ঘৰত ঘৰৰ দৰ্জা ভাঙি ভিতৰত সোমাই চুৰ কৰি পলাই যোৱা অৱস্থাতে ৰাইজে খেদি খেদি আটক কৰে চূৰটোক । তাৰ পিছতে ৰাজু তাঁতী নামৰ চুৰটোক ধৰি বান্ধি ৰাইজে উত্তম মধ্যম দিয়ে । বহু পলম কৈ নুমলীগড় আৰক্ষী উপস্থিত হৈ ৰাইজৰ কৱলৰ পৰা উদ্ধাৰ কৰে চুৰটোক । ধৃত চুৰ টোৰ ঘৰ নুমলীগড়ত । ৰাইজৰ সন্দেহ চুৰটোৰ লগত আৰু কেইবাজনো সদস্য আছিল । বৰ্তমান চুৰটোক নুমলীগড় আৰক্ষীয়ে জিম্মাত লৈ তদন্ত অব্যাহত ৰাখিছে ।Body:Byte 1: প্ৰত্যক্ষ দৰ্শী
Byte 2 : আৰক্ষীConclusion:গোলাঘাট পৰা চামিম আলি , etv Bharat , অসম