ETV Bharat / state

শাওণৰ পথাৰত নহয় ৰাজপথত ভূঁই

বহু আবেদন নিবেদন কৰিও সুফল নোপোৱাত অৱশেষত ৰাইজ অতিষ্ঠ হৈ শুকুৰবাৰে পথাৰ সদৃশ ৰাজপথত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত ৰাইজৰ

ৰাজপথত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত ৰাইজৰ
author img

By

Published : Aug 3, 2019, 12:19 PM IST

Updated : Aug 3, 2019, 12:29 PM IST

গোলাঘাট,3 আগষ্টঃ ৰোৱাত ব্যস্ত এদল কৃষক৷ সৰুপথাৰৰ এটা বিধ্বস্ত পথত এদল পুৰুষ মহিলাই ভূঁই ৰুই সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ সৰুপথাৰ বিধানসভা সমষ্টিৰ টেঙানি গাওঁ পঞ্চায়তৰ অন্তৰ্গত হুইহিংপথাৰ গাওঁখনক এটা সময়ত প্ৰশাসনে ঘোষণা কৰিছিল আদৰ্শ গাঁৱৰ হিচাপে ৷ কিন্তু ৰাজ্য চৰকাৰৰ এই আদৰ্শ গাঁৱৰ বাটপথৰ দুৰৱস্থাই এতিয়া জলা কলা খোৱাইছে ৰাইজক ৷ গাওঁখনৰ মূল পথটোৰ দুৰৱস্থাৰ বাবে কোনো কেনিও ওলাব সোমাব নোৱাৰা অৱস্থা৷ গাওঁখনৰ মাজেৰে বৰহোলাৰ পৰা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথচোৱাৰ প্ৰায় ৬ কিলোমিটাৰ বাট হৈ পৰিছে শাওনৰ বোকাময় পথাৰ সদৃশ৷

শাওনৰ পথাৰত নহয় ৰাজপথত ভূঁই
বহু আবেদন নিবেদন কৰিও সুফল নোপোৱাত অৱশেষত ৰাইজ অতিষ্ঠ হৈ শুকুৰবাৰে পথাৰ সদৃশ ৰাজপথটোত ভূঁই ৰুই সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিল গাওঁখনৰ শতাধিক পুৰুষ মহিলা,আবাল বৃদ্ধ বনিতা ৷ চৰকাৰে তেওঁলোকৰ সমস্যাৰ প্ৰতি গুৰুত্ব নিদিয়াত এনেদৰেই প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলটোৰ ৰাইজে ৷

Intro:শাওনৰ পথাৰত নহয় ৰাজপথত ভূঁই ৰোৱাত ব্যস্ত হৈ পৰিল এদল কৃষক ৷ সৰুপথাৰৰ এটা বিধ্বস্ত পথত এদল পুৰুষ মহিলাই ভূঁই ৰুই সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ সৰুপথাৰ বিধানসভা সমষ্টিৰ টেঙানি গাওঁ পঞ্চায়তৰ অন্তৰ্গত হুইহিংপথাৰ গাওঁখনক এটা সময়ত প্ৰশাসনে ঘোষনা কৰিছিল আদৰ্শ গাওঁ হিচাপে ৷ কিন্তু ৰাজ্যচৰকাৰৰ এই আদৰ্শ গাৱৰ বাটপথৰ দুৰৱস্হাই জলা কলা খোৱাইছে ৰাইজক Body:গাওঁখনৰ মূল পথটোৰ দুৰৱস্হাৰ বাবে কোনো কেনিও ওলাব সোমাব নোৱাৰা অৱস্হা ৷ গাওঁখনৰ মাজেৰে বৰহোলাৰ পৰা ৩৯ নং ৰাষ্ট্ৰীয়ঘাইপথ সংযোগী পথচোৱাৰ প্ৰায় ৬ কিলোমিটাৰ বাট হৈ পৰিছে শাওনৰ বোকাময় পথাৰ সদৃশ ৷ পঞ্চায়ত, চৰকাৰ, প্ৰশাসন, স্হানীয় জনপ্ৰতিনিধিৰ ওচৰত বহু আবেদন নিবেদন কৰিও কোনো সুফল নাপালে গাওঁখনৰ ৰাইজে ৷

সেয়েহে পথৰ দুৰৱস্হাত অতিস্ত ৰাইজে শুক্ৰবাৰে পথাৰ সদৃশ ৰাজপথটোত ভূঁইৰুই সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ আমাৰ কেমেৰাৰ সন্মূখত ৰাজপথত ভূঁইৰুই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিল গাওঁখনৰ শতাধিক পুৰুষ মহিলাকে ধৰি বৃদ্ধ বৃদ্ধাৰ পৰা কিশোৰ কিশোৰীও ৷ প্ৰশাসন ৰাজ্যচৰকাৰ আৰু গড়কাপ্তানী বিভাগৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি ধিক্কাৰ দিয়াৰ উপৰিও অসম চৰকাৰৰ গড়কাপ্তানী বিভাগক ৰাইজে আহ্বান জনাইছে যে অতি শীঘ্ৰে এই পথটি মেৰামতি কৰি দিয়ে । Conclusion:Byte :- PUBLIC
BYTE :- PUBLIC
BYTE :- PUBLIC

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
Last Updated : Aug 3, 2019, 12:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.