ETV Bharat / state

অসমৰ গোধনৰ ওপৰত শেনচকু নগা সশস্ত্ৰ আৰক্ষী বাহিনীৰ

গোলাঘাট জিলাৰ অসম নাগালেণ্ড সীমান্তত নগা সশস্ত্ৰ আৰক্ষী বাহিনীয়ে গোধন হত্যা কৰি লৈ যায় 7 নং এন.এ.পি.ৰ শিৱিৰলৈ

অসম নাগালেণ্ড সীমান্তত উত্তেজনা
author img

By

Published : Apr 19, 2019, 11:13 PM IST

গোলাঘাট,১৯ এপ্ৰিল : গোলাঘাট জিলাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ মেৰাপানী বাৰেঘৰীয়াত নগা সশস্ত্ৰ আৰক্ষী বাহিনী চমুকৈ এন.এ.পি.ৰ জোৱানৰ তাণ্ডৱ । গৰাকীৰ চকুৰ সন্মুখতে গোধন হত্যা কৰি আৰক্ষী শিৱিৰলৈ লৈ যোৱাক কেন্দ্ৰ কৰি ক্ষোভিত হৈ পৰে সীমান্তবাসী ৰাইজ। ভেলৌগুৰি বাৰেঘৰীয়াৰ সমীপত অৱস্থিত 7নং এন.এ.পি.ৰ শিৱিৰলৈ অসমৰ গৰু গুলীয়াই লৈ যোৱা হৈছে বুলি অভিযোগ স্থানীয় ৰাইজৰ । নগা সশস্ত্ৰ আৰক্ষী জোৱানে অসমৰ মাটিত এনে ঘটনা দীৰ্ঘদীন ধৰি সংঘটিত কৰি অহাৰ অভিযোগ । শুকুৰবাৰে পুৱা 7নং এন.এ.পি. শিৱিৰটোৰ সমীপত হঠাতে গুলীৰ শব্দ শুনি বুটুল কৰ্দ্দ নামৰ লোকজনে বাহিৰলৈ ওলাই আহি গাই-গৰু এজনীক কেইজনমান নগাই হত্যা কৰি শিৱিৰলৈ লৈ যোৱা প্ৰত্যক্ষ কৰে ।

অসম নাগালেণ্ড সীমান্তত উত্তেজনা

আনহাতে, বুটুল কৰ্দ্দে নগা সশস্ত্ৰ আৰক্ষী বাহিনীৰ শিৱিৰলৈ এই অভিযোগ দাখিল কৰিবলৈ যাওঁতেই এন.এ.পি.জোৱানসকলে দু:ব্যৱহাৰ কৰি খেদি পঠিয়াই । অঞ্চলটোত প্ৰায়ে নগা সশস্ত্ৰ আৰক্ষী জোৱানে কৃষিজীৱী লোকসকলৰ পশুধন মাৰি ভক্ষণ কৰি আহিছে বুলি স্থানীয় লোকসকলে অভিযোগ তুলি উত্তেজিত হৈ পৰে । অৱশেষত উত্তেজিত ৰাইজৰ সন্মুখত মেৰাপানী আৰক্ষী আৰু 142 চি.আৰ.পি.এফ. বাহিনী উপস্থিত হৈ পৰিস্থিতি বুজ লোৱাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰি দোষীক উচিত শাস্তি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

Intro:পুনৰ অসম নাগালেণ্ড সীমান্তত উত্তেজনা। এইবাৰ নগা আৰক্ষীৰ তাণ্ডব। অসম নাগালেণ্ড সীমান্তৱৰ্তী বাৰেঘৰীয়াত অসমীয়াৰ গোধন গুলীয়াই হত্যা কৰি লৈ যায় নগা সহস্ত্ৰ আৰক্ষী বাহিনীয়ে। অঞ্চলটোত সঘনাই পহুধন সন্ধানহীন হৈ থকাৰ অভিযোগ। ইয়াকে লৈ ভেলৌগুৰী বাৰেঘৰীয়াত উত্তেজনা।Body: গোলাঘাট জিলাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল মেৰাপানী বাৰেঘৰীয়াত সশস্ত্ৰ NAP জোৱানৰ তাণ্ডৱক লৈ উত্তেজনা। গৰাকীৰ চকুৰ সন্মুখতে গোধন হত্যা কৰি আৰক্ষী শিৱিৰলে লৈ যোৱাৰ লৈ ক্ষোভিত সীমান্তবাসী অসমীয়া। ভেলৌগুৰি বাৰেঘৰীয়াৰ সমীপত অৱস্থিত 7th NAP ৰ শিৱিৰলৈ অসমৰ গৰু গুলীয়াই মাৰি লৈ যোৱাৰ লৈ উত্তেজনা। নগা সশস্ত্ৰ আৰক্ষী জোৱানে অসমৰ মাটিত এনে ঘটনা সংঘটিত কৰি অহাৰ অভিযোগ । শুক্ৰবাৰে পূৱাৰ ভাগত 7th NAP শিৱিৰটোৰ সমীপত হঠাতে গুলীৰ শব্দ শুনি বুটুল কৰ্দ্দে নামৰ লোকজনে এজনী গৰু কেইজনমান নগাই হত্যা কৰি শিৱিৰলৈ লৈ যোৱা প্ৰত্যক্ষ কৰে। বুটুল কৰ্দ্দ তৎক্ষণাত নগা সশস্ত্ৰ আৰক্ষী বাহিনীৰ শিৱিৰলৈ এই অভিযোগ দাখিল কৰিবলৈ যাওঁতে NAPজোৱানসকলে দু:ব্যৱহাৰ কৰি খেদি পঠিয়াই। বাৰেঘৰীয়াৰ পূন্যেশ্বৰী গগৈ নামৰ মহিলা গৰাকীৰ গাভিনী গাইজনীও ঘৰলৈ নহাত বিচাৰ খোচাৰ কৰি NAP জোৱানসকলেই হত্যা কৰি ভোজন কৰা বুলি নিশ্চিত হয়। অঞ্চলটোত প্ৰায়ে নগা সশস্ত্ৰ আৰক্ষী জোৱানে কৃষিজীৱী লোকসকলৰ পশুধন মাৰি ভক্ষণ কৰাৰ অভিযোগ তুলি স্থানীয় লোকসকল উত্তেজিত হৈ পৰছ। অৱশেষত মেৰাপানী আৰক্ষী আৰু 142 CRPF বাহিনী উপস্থিত হৈ পৰিস্থিতি বুজ লোৱাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰি দোষীক উচিত শাস্তি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।Conclusion:BYTE 1:2:3 : ভূক্তভোগী
গোলাঘাট সমষ্টিৰ পৰা চামিম আলি , ETV BHARAT , অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.