ETV Bharat / state

গোলাঘাটত অব্যাহত বন্যহস্তীৰ তাণ্ডৱ - হাতীৰ জাকে ভাঙি তহিলং কৰিলে বিদ্যালয়

শনিবাৰে পুৱা বন্যহস্তীৰ জাকে ভাঙি লণ্ড ভণ্ড কৰে বুঢ়াগোহাঁইখাট জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ গৃহ ৷

হাতীৰ জাকে ভাঙি তহিলং কৰিলে বিদ্যালয়
author img

By

Published : Aug 17, 2019, 3:09 PM IST

গোলাঘাট, 17 আগষ্টঃ গোলাঘাটৰ বকিয়াল বুঢ়াগোহাঁইখাটত বন্যহস্তীৰ ত্ৰাস । হাতীৰ জাকে ভাঙি তহিলং কৰিলে বুঢ়াগোহাঁইখাট জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ গৃহ । বিদ্যালয় গৃহ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে মধ্যাহ্ন ভোজনৰ চাউল খাই অনিষ্ট কৰে হাতীৰ জাকটোৱে । এটা মাহতে তিনি বাৰকৈ বন্যহস্তীয়ে ভাঙি লণ্ডভণ্ড কৰিলে বিদ্যালয়খন । পুৱা বিদ্যালয়লৈ আহি বিদ্যালয়ৰ বিধ্বস্ত অৱস্থা দেখি মৰ্মাহত হৈ পৰে ছাত্ৰ-ছাত্ৰীসকল ।

হাতীৰ জাকে ভাঙি তহিলং কৰিলে বিদ্যালয়

উল্লেখ্য যে, হাতীৰ উপদ্ৰৱে নিদ্ৰা হৰণ কৰিছে গাওঁবাসীৰ। বকিয়াল খণ্ড বন বিষয়াৰ কাৰ্যালয়ে হাতী খেদাত ব্যৰ্থ হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ । ইফালে দীর্ঘদিনে গোলাঘাটৰ বিভিন্ন অঞ্চলত বন্য হস্তীৰ জাকটোৱে বহু পৰিয়ালৰ ঘৰ -বাৰী ভাঙি তহিলং কৰি আহিছে বুলিও উল্লেখ স্থানীয় লোকৰ ।

Intro: গোলাঘাট ৰ বকিয়াল বুঢ়াগোহাঁইখাটত বন্য হস্তীৰ ত্ৰাস । হাতীৰ এটা জাকে ভাঙি তহিলং কৰিলে বুঢ়াগোহাঁইখাট জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ গৃহ । বন্য হস্তীৰ জাকে বিদ্যালয় গৃহ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে মধ্যাহ্ন ভোজনৰ চাউল খাই অনিষ্ট কৰে । এটা মাহত তিনি বাৰকৈ ভাঙি লণ্ডভণ্ড কৰিলে বিদ্যালয় খন । পুৱাই বিদ্যালয় খনলৈ ছাত্ৰ-ছাত্ৰীসকল আহি বিদ্যালয় খন বিধ্বস্ত অৱস্হাত দেখি মৰ্মাহত হৈ পৰে ।
হাতীৰ উপদ্ৰৱত গাওঁ সমূহত নিদ্ৰা হৰিছে গঞাৰ। দিন দুপৰতে দৈনিক বজাৰ সমাৰ কৰিবলৈ অহা যোৱা কৰাৰ লগতে ঘৰৰ পৰা ওলাবলৈ ভয় হৈছে জনসাধাৰণৰ। বকিয়াল খণ্ড বন বিষয়া কাৰ্যলয়ে হাতী খেদাত ব্যৰ্থ হোৱা ৰ অভিযোগ স্থানীয় ৰাইজৰ।ইফালে দীর্ঘদিনে গোলাঘাট ৰ বিভিন্ন অঞ্চলত বন্য হস্তীৰ জাকটোৱে বহু পৰিয়ালৰ ঘৰ -বাৰী ভাঙি তহিলং কৰি আহিছে ।
Body:
Byte 1 , স্থানীয় ব্যক্তি Conclusion:গোলাঘাটৰ পৰা চামিম আলি , etv Bharat , অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.