ETV Bharat / state

মাজনিশা গোলাঘাট সদৰ থানাত এদল পুৰুষ মহিলা - Golaghat Jatiya Mahavidyalaya

নগৰখনৰ চাণ্ডমাৰীস্থিত এটা ছাত্ৰাবাসৰ ছাত্ৰৰ অতপালিত অতিষ্ঠ হৈ লিখিত অভিযোগ আৰক্ষীক ৷ শিৱপ্ৰসাদ শইকীয়াৰ মালিকীস্বত্বত থকা গোলাঘাট জাতীয় মহাবিদ্যালয়ৰ এটা ব্যক্তিগত ছাত্ৰাবাসৰ ছাত্ৰয়ে দীৰ্ধদিন ধৰি নিশা হ'লেই বিনষ্ট কৰি আহিছে অঞ্চলটোৰ পৰিৱেশ ৷

মাজনিশা গোলাঘাট সদৰ থানাত এদল পুৰুষ মহিলা
author img

By

Published : Oct 24, 2019, 2:09 PM IST

Updated : Oct 24, 2019, 2:34 PM IST

গোলাঘাট,24 অক্টোবৰ: গোলাঘাট জিলাৰ মূল নগৰৰ সমীপৱৰ্তী জ্যোতিনগৰ আৰু চাণ্ডমাৰীত বুধবাৰে নিশা অপ্ৰীতিকৰ পৰিস্থিতি ৷ ছাত্ৰৰ অতপালিত অতিষ্ঠ চাণ্ডমাৰী বাসী ৰাইজ ৷ অৱশেষত শান্তি বিচাৰি নিশা আৰক্ষী থানাত উপস্থিত পুৰুষ মহিলাৰ দল ৷ ঘটনা অনুসৰি অঞ্চলটোত শিৱপ্ৰসাদ শইকীয়াৰ মালিকীস্বত্বত থকা গোলাঘাট জাতীয় মহাবিদ্যালয়ৰ এটা ব্যক্তিগত ছাত্ৰাবাসৰ ছাত্ৰয়ে দীৰ্ধদিন ধৰি নিশা হ'লেই বিনষ্ট কৰি আহিছে অঞ্চলটোৰ পৰিৱেশ ৷ ছাত্ৰৰ অতপালিত অতিষ্ঠ হৈ অৱশেষত শুৱা পাটিৰ পৰা উঠি আহি আৰক্ষী থানাত লিখিত অভিযোগ দাখিল কৰিলে ভুক্তভোগী ৰাইজে ৷

মাজনিশা গোলাঘাট সদৰ থানাত এদল পুৰুষ মহিলা

উল্লেখ্য যে মহাবিদ্যালখনৰ স্বত্বাধিকাৰী বিশ্বজিৎ ফুকন আৰু ছাত্ৰাৱাসটোৰ মালিকক বহুবাৰ অভিযোগ দিও একো ফললাভ লাভ নকৰিলে স্থানীয় লোকে ৷ বৰঞ্চ দিনক দিনে বৃদ্ধি পূৰ্বতকৈ বেছিকৈয়ে অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰিবলৈ আৰম্ভ কৰিছে ছাত্ৰ সকলে ৷ মাজ নিশালৈ হুলস্থুল, খিৰিকিৰে প্ৰস্ৰাৱ কৰা আদি বিভিন্ন কামেৰে স্থানীয় ৰাইজক চৰম অশান্তিৰ মাজলৈ লৈ যোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ ইয়াৰ উপৰিও ছাত্ৰাবাসটোৰ মালিক আৰু মহাবিদ্যালয় খনৰ স্বত্বাধিকাৰী জনৰ পৰা ওলোটাই ভাবুকিৰহে সন্মুখীন হ'ল অভিযোগ কৰিবলৈ যোৱা ভুক্তভোগী সকল ৷ সেয়েহে ছাত্ৰৰ অতপালিৰ পৰা পৰিত্ৰাণ পাবলৈ নিশা গোলাঘাট আৰক্ষী থানালৈ আহি লিখিত অভিযোগ দাখিল কৰিলে চাণ্ডমাৰীৰ বাসিন্দা সকলে ৷ ইয়াৰ পাছতো কোনো ন্যায় নাপালে এই সকল ভুক্তভোগী লোকসকল ৰাজপথলৈ ওলাবলৈ বাধ্য হোৱাৰো হুংকাৰ দিয়ে ৷

Intro:গোলাঘাট সদৰ আৰক্ষী থানাত নিশা উপস্থিত এদল পুৰষ মহিলা। নিশা হ'লেই ছাত্ৰাবাসৰ ছাত্ৰৰ অশান্তময় পৰিবেশৰ পৰা পৰিত্ৰাণ পাবলৈ নিশা গোলাঘাট আৰক্ষী থানাত গোলাঘাট নগৰৰ চাণ্ডমাৰীৰ বাসিন্দা। গোলাঘাট জাতীয় মহাবিদ্যালয়ৰ ছাত্ৰাবাসৰ ছাত্ৰয়ে নিশা হ'লেই পৰিৱেশ বিনষ্ট কৰি আহিছে অঞ্চলটোত। শুৱা পাতিৰ পৰা উঠি আহি আৰক্ষী থানাত লিখিত অভিযোগ দাখিল পুৰুষ মহিলাৰ।Body:গোলাঘাট চাণ্ডমাৰীৰ অশান্তিত বসবাস কৰা ৰাইজে শান্তি বিচাৰি নিশা উপস্থিত হ'ল গোলাঘাট আৰক্ষী থানাত। গোলাঘাট জাতীয় মহাবিদ্যালয়ৰ ছাত্ৰাবাসৰ উদণ্ড ছাত্ৰৰ উৎপাতত নিশা শুৱ নোৱাৰে গোলাঘাট নগৰৰ চাণ্ডমাৰীৰ এই সকল বাসিন্দাই। নিশা জীয়াই থকাৰ উপায় বিচাৰি উপস্থিত হ'ল গোলাঘাট আৰক্ষী থানাত। গোলাঘাট চাণ্ডমাৰী জ্যোতি নগৰত স্থিত গোলাঘাট জাতীয় মহাবিদ্যালয়ৰ এটা ছাত্ৰাবাসত থকা একাংশ উদণ্ড ছাত্ৰৰ অতপালিত অতিস্থ হৈছে এই সকল লোক। নিশা এই সকল পুৰুষ মহিলাই শান্তি বিচাৰি উপস্থিত হয় আৰক্ষী থানাত। কাৰণ মহাবিদ্যালখনৰ স্বত্বাধিকাৰী আৰু বয়জ হোষ্টেলটোৰ মালিকক বহুবাৰ অভিযোগ দিও একো ফললাভ লাভ নকৰিলে স্থানীয় লোকে। বৰঞ্চ দিনক দিনে অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰিবলৈ আৰম্ভ কৰিছে ছাত্ৰ সকলে। ছাত্ৰাবাসৰ মালিক আৰু মহাবিদ্যালয় খনৰ স্বত্বাধিকাৰী জনৰ ওলোতাই ভাবুকিৰহে সন্মুখীন হ'ল এইসকল বাসিন্দা। সেইয়ে হোষ্টেলৰ ছাত্ৰৰ অতপালিৰ পৰা পৰিত্ৰাণ পাবলৈ নিশা গোলাঘাট আৰক্ষী থানালৈ আহি লিখিত অভিযোগ দাখিল কৰিলে বাসিন্দা সকলে। ইয়াৰ পাছতো কোনো ন্যায় নাপালে এই সকল লোক ৰাজপথলৈ ওলাবলৈ বাধ্য হ'ব বুলি জানিবলৈ দিয়ে।Conclusion:Byte 1 : স্থানীয় যুৱক।
Byte 2 : স্থানীয় মহিলা।
Byte 3 : স্থানীয় মহিলা।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
Last Updated : Oct 24, 2019, 2:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.