ETV Bharat / state

গোলাঘাটত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ - দুজাঁই 9MM পিষ্টলৰ সক্ৰিয় গুলী

গোলাঘাটত এটা গ্ৰেনেড, দুজাঁই 9MM পিষ্টলৰ সক্ৰিয় গুলী, 6 যোৰ সামৰিক পোছাক আৰু ছটা মেগজিন ৰখা জেকেট উদ্ধাৰ ৷ তিৰুৱালৰ পাপু আলিৰ ঘৰত উদ্ধাৰ হৈছে উক্ত বিস্ফোৰক সামগ্ৰীসমূহ । ইতিমধ্যে পাপু আলিৰ লগতে দেউতাক আজিজুৰ ৰহমানো পলাতক ৷

গোলাঘাটত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ
author img

By

Published : Sep 26, 2019, 1:08 PM IST

গোলাঘাট, 26 ছেপ্টেম্বৰঃ গোলাঘাটৰ 2 নং বৰফুকনখাট তিৰোৱালত উদ্ধাৰ গ্ৰেনেড,দুজাঁই গুলি আৰু সামৰিক পোছাক । তিৰুৱালৰ পাপু আলিৰ ঘৰত উদ্ধাৰ হৈছে উক্ত বিস্ফোৰক সামগ্ৰীসমূহ ।

etv bharat
অভিযুক্ত পাপু আলি

বিস্ফোৰক সামগ্ৰী সমূহৰ ভিতৰত আছে এটা গ্ৰেনেড, দুজাঁই 9MM পিষ্টলৰ সক্ৰিয় গুলী, 6 যোৰ সামৰিক পোছাক আৰু ছটা মেগজিন ৰখা জেকেট । আৰক্ষীয়ে জনোৱা মতে পাপু আলিৰ ঘৰৰ পিছফালে থকা এটা খেৰীঘৰত খেৰৰ তলত পুতি ৰাখিছিল বিস্ফোৰক সমূহ । ইপিনে অভিযুক্ত পাপু আলিৰ লগতে দেউতাক আজিজুৰ ৰহমানো ইতিমধ্যে পলাতক হৈ আছে । এই ঘটনাৰ পাচতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত ।

Intro:গোলাঘাট জিলাৰ 2 নং বৰফুকনখাট তিৰোৱালত সজীৱ গ্ৰেনেড , গুলি , উগ্ৰপন্থীৰ পোছাক উদ্ধাৰ । তিৰুৱালৰ পাপু আলিৰ ঘৰত উদ্ধাৰ বিস্ফোৰক সামগ্ৰী সমুহ । বিস্ফোৰক সামগ্ৰী সমুহৰ ভিতৰত এটা গ্ৰেনেড , দুজাঁই 9MM পিষ্টলৰ সক্ৰিয় গুলী , ছয় যোৰ সামৰিক পোছাক আৰু ছটা মেগজিন ৰখা জেকেট উদ্ধাৰ । পাপু আলিৰ ঘৰৰ পিছফালে থকা এটা খেৰঘৰত খেৰৰ তলত পুতি ৰাখিছিল বিস্ফোৰক সমূহ । সম্প্ৰতি পাপু আলিৰ লগতে দেউতাক আজিজুৰ ৰহমানো পলাতক ।পাপু আলি আৰু পিতৃয়ে সাঁচি গছৰ ব্যৱসায় কৰে । এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত । আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে।Body:Byte1 : আৰক্ষী
Byte 2,3: স্থানীয় ব্যক্তিConclusion:গোলাঘাট পৰা চামিম আলি , etv Bharat , অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.