ETV Bharat / state

গোলাঘাটত অব্যাহত হাতী মানুহৰ সংঘাত

author img

By

Published : Sep 4, 2019, 5:19 PM IST

দিনৰ ভাগত চাহ বাগিচাত আশ্ৰয় লৈ থকা হাতীৰ জাকটোৱে সন্ধিয়া হোৱাৰ লগে লগে মুৰফুলনী,কোৱানী,পুৰনিমাটি,ফুলবাৰী,বকিয়াল,ৰংবং আদি অঞ্চলত প্ৰৱেশ কৰি নিশা উপদ্ৰৱ চলাই ৷

গোলাঘাটত অব্যাহত হাতী মানুহৰ সংঘাত

গোলাঘাট, 4 ছেপ্তেম্বৰঃ গোলাঘাটত দিনে নিশাই জাকে জাকে বন্য হস্তীয়ে জনাঞ্চলত প্ৰৱেশ কৰি সৃষ্টি কৰিছে আতংকময় পৰিৱেশৰ । প্ৰতিদিনে ভয়াৱহ ভাৱে অব্যাহত আছে হাতী মানুহৰ সংঘাত । দিনৰ পোহৰটো ঘৰৰ পৰা ওলাবলৈ,পথেৰে অহা যোৱা কৰিবলৈ এতিয়া ভয় কৰা হৈছে গোলাঘাটৰ একাংশ ৰাইজে । গোলাঘাটৰ মুৰফুলনী অঞ্চলত দিনৰ পোহৰতে হাতীয়ে প্ৰৱেশ কৰি চলাইছে সন্ত্ৰাস ।

পোৱালী সহ ৭০-৮০ টা বনৰীয়া হাতীৰ জাকে আজি বহুদিন ধৰি বিচৰণ কৰি আছে অঞ্চলটোত । দিনৰ ভাগত চাহ বাগিচাত আশ্ৰয় লৈ থকা হাতীৰ জাকটোৱে সন্ধিয়া হোৱাৰ লগে লগে মুৰফুলনী,কোৱানী,পুৰনিমাটি,ফুলবাৰী,বকিয়াল, ৰংবং আদি অঞ্চলত প্ৰৱেশ কৰি নিশাৰ উপদ্ৰৱ চলাই । ঘৰ দুৱাৰ ভাঙি,খেতি পথাৰ অনিষ্ট কৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছে । স্থানীয় ৰাইজে বন বিভাগক শীঘ্ৰেই হাতীৰ জাকটোক বনাঞ্চললৈ ঘূৰাই পঠাবলৈ অনুৰোধ জনাইছে ৷ অন্যথা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ শংকা ব্যক্ত কৰিছে ৷

Intro:গোলাঘাট ত অব্যাহত আছে হাতী মানুহৰ সংঘাত । দিনে নিশাই জাকে জাকে বন্য হস্তী জনাঞ্চলত প্ৰৱেশ কৰি সৃষ্টি কৰিছে আতংকময় পৰিৱেশ ৰ ।

Body:গোলাঘাটত এতিয়া দিনে নিশাই ভয়াবহ ভাৱে অব্যাহত আছে হাতী মানুহৰ সংঘাত ।দিনৰ পোহৰটো ঘৰৰ পৰা ওলাবলৈ, পথেৰে অহা যোৱা কৰিবলৈ এতিয়া ভয় কৰা হৈছে ৰাইজে । এই দৃশ্য গোলাঘাট ৰ মুৰফুলনী অঞ্চলৰ । পোৱালী সহ এটা ৭০-৮০ টা বনৰীয়া হাতীৰ জাকে আজি বহুদিন ধৰি বিচৰণ কৰি আছে অঞ্চলটোত । দিনৰ ভাগত চাহ বাগিচাত আশ্ৰয় লৈ সন্ধিয়া হোৱাৰ লগে লগে মুৰফুলনী, কোৱানী, পুৰনিমাটি , ফুলবাৰী ,বকিয়াল, ৰংবং আদি অঞ্চলত প্ৰৱেশ কৰি নিশাৰ পৰা দিনলৈকে উপদ্ৰৱ চলাই । ঘৰ দুৱাৰ ভাঙি, খেতি পথাৰ অনিষ্ট কৰি ত্ৰাস ৰ সৃষ্টি কৰি আহিছে । স্থানীয় লোক সকলৰ দাবী ৰাজ্যৰ বন বিভাগে এই সংঘাত ৰোধৰ ব্যৱস্থা শীৰ্ঘে গ্ৰহণ কৰক । অন্যথা আৰু অধিক ভয়াবহ হৈ উঠিব পৰিস্থিতি।Conclusion:Byte 1 ,2 :স্থানীয় যুৱক
গোলাঘাট পৰা চামিম আলি , etv Bharat , অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.