ETV Bharat / state

গোলাঘাটৰ ৰাজপথত গজৰাজৰ জাক - ৰাষ্ট্ৰীয় ঘাইপথ

গোলাঘাট দেওপাহাৰৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা গজৰাজৰ অৱস্থান । ঘন্টা ঘন্টা ধৰি আাবদ্ধ হৈ পৰিল শ শ যান-বাহন ।

৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেদি অহা-যোৱা কৰোতে সাৱধান !
author img

By

Published : Jun 13, 2019, 11:55 PM IST

গোলাঘাট,১৩ জুনঃ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত গজৰাজৰ জাক । গোলাঘাট দেওপাহাৰৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা গজৰাজৰ অৱস্থান। ঘন্টা ঘন্টা ধৰি শ শ যান-বাহন আাবদ্ধ হৈ পৰে । বৃহস্পতিবাৰে সন্ধিয়াৰে পৰা গজৰাজৰ এটা বৃহৎ জাকে পোৱালি সহ ঘন্টা ঘন্টা ধৰি ধৰি এইদৰেই বন্ধ কৰি ৰাখে ঘাইপথটো । প্ৰায় 70-80 জনীয়া পোৱালীসহ থকা এটা বন্য হস্তীৰ জাকে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আাহি যান-বাহন অহা যোৱা কৰি থকাৰ বাবে আৰু নুমলীগড় শোধনাগাৰৰ দেৱালৰ বাবে দিশহাৰা হৈ প্ৰায় দু-ঘন্টা সময় বন্ধ হৈ পৰে ৰাষ্ট্ৰীয় ঘাইপথটো ।

৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেদি অহা-যোৱা কৰোতে সাৱধান !

ইফালে দীর্ঘদিনে বিভিন্ন অঞ্চল ৰংবং, বকিয়াল, মৰঙি, ধলাগুৰি, শ্যামৰায় পুৰ , ফুলনীবাৰী আদি অঞ্চলত দিনে নিশাই উপদ্ৰৱ কৰি আহিছে । ঘৰ দুৱাৰ ভাঙি ,খেতি পথাৰ খাই গছকি তহিলং কৰাৰ লগতে 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত অৱস্থান কৰি আতংকময় পৰিৱেশৰ সৃষ্টি কৰে । বৰ্তমানেও হাতীৰ জাকটোৱে আশ্ৰয় লৈ আছে ঘাইপথৰ কাষতে লাগি থকা নুমলীগড় চাহবাগিচাত । ইফালে হাতীৰ জাকটোৱে গাঁও অঞ্চলত পুনৰ প্ৰৱেশ কৰি সন্ত্ৰাস সৃষ্টি কৰাৰ আকাংশা প্ৰকাশ স্থানীয় ৰাইজৰ ।

Intro:গোলাঘাট দেওপাহাৰৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা গজৰাজৰ অৱস্থান। ঘন্টা ঘন্টা ধৰি শ শ যান-বাহন আাবদ্ধ । আতংকিত জনসাধাৰণ ।

Body:৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেদি অহাযোৱা কৰোতে সাৱধান । ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত গজৰাজৰ জাক । ঘন্টা ঘন্টা ধৰি শ শ যা্ন-বাহন আাবদ্ধ ৰাজপথত ।এই দৃশ্য গোলাঘাটৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দেওপাহাৰৰ মাজৰ । আজি সন্ধিয়াৰে পৰা গজৰাজৰ এটা বৃহৎ জাকে পোৱালি সহ ঘন্টা ঘন্টা ধৰি ধৰি এইদৰেই বন্ধ কৰি ৰাখে ঘাইপথটো । প্ৰায় 70-80 জনীয়া পোৱালীসহ থকা এটা বন্য হস্তীৰ জাকে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আাহি যান-বাহন অহা যোৱা কৰি থকাৰ বাবে আৰু নুমলীগড় শোধনাগাৰ ৰ দেৱালৰ বাবে দিশহাৰা হৈ প্ৰায় দু-ঘন্টা সময় বন্ধ হৈ পৰে ৰাষ্ট্ৰীয় ঘাইপথটো । ইফালে দীর্ঘদিনে বিভিন্ন অঞ্চল ৰংবং, বকিয়াল, মৰঙি, ধলাগুৰি, শ্যামৰায় পুৰ , ফুলনীবাৰী আদি অঞ্চলত দিনে নিশাই উপদ্ৰপ কৰি আহিছে । ঘৰ দুৱাৰ ভাঙি ,খেতি পথাৰ খাই গছকি তহিলং কৰিছে । আৰু আজি এনেদৰে 39 নং ৰাষ্ট্রীয় ঘাইপথৰ ওপৰত অৱস্থান কৰি আতংকময় পৰিৱেশৰ সৃষ্টি কৰে । বৰ্তমাননেও হাতীৰ জাকটো ঘাইপথৰ কাষতে লাগি থকা নুমলীগড় চাহবাগিচাত আশ্ৰয় লৈ আছে । এতিয়া নিশা হলেই হাতীৰ জাকটোৱে গাঁও অঞ্চলত প্ৰৱেশ কৰি সন্থাসৰ আকংশা স্থানীয় ৰাইজৰ ।Conclusion:Byte 1 : পথচাৰী
গোলাঘাট পৰা চামিম আলি , etv bharat , অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.