ETV Bharat / state

ৰক্ত দানেৰে দেশবাসীক সুৰক্ষা চিআৰপিএফ জোৱানৰ

author img

By

Published : May 25, 2019, 9:14 PM IST

গোলাঘাট জোনাকী নগৰস্থিত চিআৰপিএফ কেম্পত প্ৰায় শতাধিক জোৱানে বিবেকানন্দ কেন্দ্ৰ আৰু গোলাঘাট 142 চিআৰপিৰ উদ্যোগত কৰিলে ৰক্তদান

অস্ত্ৰ-শস্ত্ৰৰে নহয় ৰক্ত দানেৰে দেশবাসীক সুৰক্ষা চিআৰপিএফ জোৱানৰ

গোলাঘাট, 25 মে': দেশৰ অখণ্ডতা আৰু সন্ত্ৰাস নিৰ্মূলৰ বাবে নিয়োজিত চিআৰপিএফ জোৱানৰ অভিনৱ প্ৰয়াস । এইবাৰ অস্ত্ৰ-শস্ত্ৰ প্ৰয়োগেৰে নহয় ৰক্ত দানেৰে প্ৰদান কৰিলে দেশবাসীক বিশেষ সুৰক্ষা৷ গোলাঘাট জোনাকী নগৰত স্থিত চিআৰপিএফ কেম্পত প্ৰায় শতাধিক জোৱানে বিবেকানন্দ কেন্দ্ৰ আৰু গোলাঘাট 142 চিআৰপিৰ উদ্যোগত দান কৰিলে ৰক্ত ।

অস্ত্ৰ-শস্ত্ৰৰে নহয় ৰক্ত দানেৰে দেশবাসীক সুৰক্ষা চিআৰপিএফ জোৱানৰ
স্বাস্থ্য বিষয়াৰ নেতৃত্বত যোৱা এটা চিকিৎসকৰ দলে সূচাৰুৰূপে ৰূপায়ণ কৰে ৰক্ত দান কাৰ্যসূচী । এই মহান অনুষ্ঠানত গোলাঘাট জিলাৰ বিভিন্ন চিআৰপিএফ কেম্পৰ পৰা অহা জোৱানে ৰক্ত দান কৰে।

Intro:দেশৰ অখণ্ডতা আৰু সন্ত্ৰাস নিৰ্মূলৰ বাবে অতন্দ পহৰী ৰূপে কৰ্মত নিয়োজিত থকা চিআৰপিএফ জোৱানৰ এইবাৰ অভিনৱ প্ৰয়াস। এইবাৰ আগ্নেয়স্ত্ৰ প্ৰয়োগেৰে নহয় এইবাৰ দেশবাসীক সুৰক্ষা প্ৰদান কৰিব ৰক্ত দানেৰে। গোলাঘাট জোনাকী নগৰত স্থিত চিআৰপিএফ কেম্পত প্ৰায় শতাধিক জোৱানে বিবেকানন্দ কেন্দ্ৰ আৰু গোলাঘাট 142 চিআৰপিৰ উদ্যোগত দান কৰিলে ৰক্ত।
Body: ৰক্ত দান মহান দান এইবাৰ এইশাৰী মানবতাবোধ উক্তি আখৰে আখৰে পালন কৰিলে গোলাঘাট জিলাত নিয়োজিত চিআৰপিএফৰ জোৱানে। মানুহৰ জীৱন ৰক্ষাৰ বাবে কৰিলে ৰক্ত দান। যিটো সময়ত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু সৈতে যুঁজি থকা লোকে ৰক্ত বিচাৰি হাবাথুৰি খাব লগিয়া হয়, তেনে সময়ত চিআৰপিএফ এই কাৰ্য সঁচায়ে প্ৰশংসনীয়। গোলাঘাট মহকুমা স্বাস্থ্য বিষয়াৰ নেতৃত্বত যোৱা এটা চিকিৎসকৰ দলে ৰক্ত দান কাৰ্যসূচীটো সূচাৰুৰূপে ৰূপায়ন কৰে। এই মহান অনুষ্ঠানত গোলাঘাট জিলাৰ বিভিন্ন চিআৰপিএফ কেম্পৰ পৰা অহা জোৱানে ৰক্ত দান কৰে।
Conclusion:Byte 1: বিষয়া, চিআৰপিএফ
Byte 2: মহকুমা স্বাস্থ্য বিষয়া।
গোলাঘাট সমষ্টিৰ পৰা চামিম আলি , ETV BHARAT , অসম
8638762280
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.