ETV Bharat / state

গোলাঘাটত এতিয়াও কমা নাই অবৈধ সুৰাৰ বেহা

author img

By

Published : Apr 7, 2019, 11:30 PM IST

গোলাঘাটৰ কছাৰিহাটত ভুৱা প্ৰেছৰ গাড়ীৰ পৰা ফ্লায়িং স্কোৱাৰ্ডে অভিযান চলাই জব্দ কৰে দুই কাৰ্টন বিলাতী সুৰা

গোলাঘাট

গোলাঘাট,৭ এপ্ৰিলঃ গোলাঘাটৰ কছাৰিহাটত জব্দ অবৈধ সুৰা । ফ্লায়িং স্কোৱাৰ্ডে অভিযান চলাই প্ৰেছ লিখা এখন ইণ্ডিকা গাড়ীৰ পৰা জব্দ কৰে দুই কাৰ্টন বিলাতী সুৰা । গাড়ীখনে যোৰহাট মেডিকেল হাস্পতালৰ পৰা আৰোগ্য হোৱা ৰোগী কঢ়িয়াই নিছিল আহোম গাঁৱলৈ । ইফালে জানিব পৰা মতে, S_01AP _2940 নম্বৰৰ গাড়ীখনো প্ৰেছৰ নহয় । গাড়ী খনত প্ৰেছ লিখা হোৱা ঘটনাই স্তম্ভিত কৰি তোলে সকলোকে । অন্যহাতে অভিযুক্ত গৰাকীয়ে জনোৱা মতে গাড়ী খনত পূৰ্বৰ মালিকৰ পৰা আনোতেই প্ৰেছ বুলি লিখা আছিল ।

গোলাঘাট

গাড়ী খনৰ গৰাকী ৰঞ্জন শইকীয়া বলি জানিব পৰা গৈছে । গোলাঘাটৰ কছাৰীহাটৰ বসন্ত বৰা নামৰ লোকজনে যোৰহাটৰ পৰা আহি থকা অৱস্থাত জব্দ কৰে বিলাতী সুৰাখিনি । ইতিমধ্যে ফ্লায়িং স্কোৱাডৰ দলটোৱে সুৰা খিনিৰ লগতে আটক কৰিছে বসন্ত বৰাকো।

Intro:গোলাঘাটৰ কছাৰিহাটত মদ জব্দ । প্ৰেছ লিখা এখন ইণ্ডকা গাড়ীত ফ্লায়িং স্কোৱাৰ্ডে অভিযান চলাই জব্দ কৰে দুই কাৰ্টন বিলাতী সুৰা । যোৰহাট মেডিকেল হাস্পাতলৰ পৰা আৰোগ্য হোৱা ৰোগী আহোম গাঁৱলৈ কঢ়িয়াই নিছিল গাঢ়ীখনে । AS_01AP _2940 নম্বৰৰ গাড়ীখন কোনো প্ৰেছৰ নহয় বুলি স্পষ্ট । Body:নিৰ্বাচনৰ বতৰত চৌদিশে হুৰাহুৰে টকাৰ উদ্ধাৰ কৰাৰ সময়ত আজি গোলাঘাটত উদ্ধাৰ হৈছে বিলাতী সুৰাৰ কাৰ্টুন । এই বিলাতী মদ জব্দ কৰে নিৰ্বাচনৰ বাবে নিয়োজিত ফ্লায়িং স্কোৱাডে । গোলাঘাটৰ কছাৰীহাটত ফ্লায়িং স্বোকোৱাদৰ তালাচীত জব্দ কৰে দুই কাৰ্টুন সুৰা । এই সুৰা লৈ অনা ইণ্ডিকা গাড়ী খনৰ নম্বৰ হৈছে AS O1AP 2940 । গাড়ী খনত প্ৰেছ লিখা হোৱা ঘটনাই সকলো স্তম্ভিত হৈ পৰে । অন্যহাতে অভিযুক্ত গৰাকীয়ে জনোৱা মতে গাড়ী খনত পূৰ্বৰ মালিকৰ পৰা আনোতেই প্ৰেছ বুলি লিখা আছিল । গাড়ী খনৰ গৰাকী ৰঞ্জন শইকীয়াৰ বলি জানিব পৰা গৈছে । গোলাঘাটৰ কছাৰীহাটৰ বসন্ত বৰা নামৰ লোকজনে যোৰহাট পৰা আনি থকা অৱস্থাত জব্দ কৰে । ফ্লায়িং স্কোৱ্ডৰ দলটোৱে সুৰা খিনিৰ লগতে বসন্ত বৰাকো আটক কৰিছে ।Conclusion:বি: দ্ৰ : ফ্লায়িং স্বোকোৱাদ লোকে বাইট দিয়াৰ পৰা বিৰত থাকে । সেইবাবে বাতৰিটোত বাইট দিব পৰা নগল

গোলাঘাট সমষ্টিৰ পৰা চামিম আলি ETV BHARAT,অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.