ETV Bharat / state

আৰক্ষী চিআৰপিএফৰ অভিযানত অস্ত্ৰসহ আটক যুৱকৰ দল

গোলাঘাট জিলা আৰক্ষীয়ে অস্ত্ৰসহ গ্ৰেপ্তাৰ কৰিছে চাৰিজন যুৱকক৷ আটকাধীন যুৱককেইজন ক্ৰমে, নাগালেণ্ডৰ অৰেন পাটন , ৱাই লুথাৰ আৰু অসমৰ বিশ্বজিৎ বৰা আৰু বিশ্বজিৎ শইকীয়া

অস্ত্ৰসহ আটক যুৱকৰ দল
author img

By

Published : Jul 24, 2019, 7:07 PM IST

গোলাঘাট, 24 জুলাইঃ গোলাঘাটৰ উপ-আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতীম শইকীয়াৰ নেতৃত্বত অসম আৰক্ষী আৰু চিআৰপিএফ বাহিনীৰ যুটীয়া অভিযানত অস্ত্ৰসহ গ্ৰেপ্তাৰ হয় চাৰিজনকৈ যুৱক ৷ গোপন সূত্ৰৰ ভিত্তিত অভিযানকাৰী দলটোৱে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যুৱকৰ দলটো ৷ আটকাধীন যুৱককেইজন ক্ৰমে, নাগালেণ্ডৰ অৰেন পাটন , ৱাই লুথাৰ আৰু অসমৰ বিশ্বজিৎ বৰা আৰু বিশ্বজিৎ শইকীয়া বুলি জনাইছে আৰক্ষীয়ে ৷ যুৱককেইজনৰ পৰা এটা নাইন এমএম পিষ্টল আৰু এটা হস্তনিৰ্মিত বন্দুক জব্দ কৰিছে আৰক্ষীয়ে ৷

Intro:MERAPANI
গোলাঘাটৰ উপ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতীম শইকীয়াৰ নেতৃত্বত বুধবাৰে মেৰাপানীত অসম আৰক্ষী আৰু সীমান্তত নিয়োজিত চি আৰ পি এফে যুটীয়া অভিযান চলাই অস্ত্ৰসহ চাৰিজন যুৱকক আটক কৰিবলৈ সক্ষম হয় । এক গোপন সুত্ৰৰ ভিত্তিত আৰক্ষীয়ে চলোৱা এই অভিযানত মেৰাপানী বজাৰৰ মাজমজিয়াৰ পৰা এটা ৯ এম এম পিষ্টল আৰু এটা হস্তনিৰ্মিত বন্দুকসহ ৪ জনক আটক কৰে । আটকাধীন যুৱককেইজন ক্ৰমে নগালেণ্ডৰ অৰেন পাটন, ৱাই লুথাৰ লগতে অসমৰ দুই যুৱক বিশ্বজিত বৰা আৰু বিশ্বজিত শইকীয়া । ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে ।

Body:Byte 1 : পাৰ্থপ্ৰতিম শইকীয়া . ( ডি এচ পি গোলাঘাট )
Conclusion:গোলাঘাট পৰা চামিম আলি , etv Bharat, অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.