ETV Bharat / state

গোলাঘাটৰ 43 গৰাকী জামাতীৰ দেহত নাই কৰ'ণাৰ অৱস্থিতি - Covid-19

Covid-19ত আক্ৰান্ত লোক চিনাক্ত হোৱাৰ পিচতে গোলাঘাট জিলা প্ৰশাসনে সমগ্ৰ জিলাতে গঢ়ি তুলিছে কটকটীয়া সুৰক্ষা ব্যৱস্থা । বৰ্তমান কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ কোৱাৰাণ্টাইনত ৰখা হৈছে 50 গৰাকী লোকক ।

forty three zamaties of golaghat tested negative

author img

By

Published : Apr 5, 2020, 5:06 PM IST

গোলাঘাট, 5 এপ্ৰিলঃ অসমৰ ভিতৰতে সৰ্বাধিক Covid-19ত আক্ৰান্ত লোকৰ সংখ্যা পাইছে গোলাঘাট জিলাত । এই আক্ৰান্ত লোকসকলৰ সকলোৱেই অংশগ্ৰহণ কৰিছিল দিল্লীৰ নিজামউদ্দিনত অনুষ্ঠিত ধৰ্মীয়নুষ্ঠানত । যাৰ বাবে গোলাঘাট জিলা প্ৰশাসনে সমগ্ৰ জিলাতে গঢ়ি তুলিছে কটকটীয়া সুৰক্ষা ব্যৱস্থা । গোলাঘাটৰ উপায়ুক্তই দিয়া তথ্য অনুসৰি বৰ্তমান কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ কোৱাৰাণ্টাইনত ৰখা হৈছে 50 জন লোক । ইয়াৰে 43 জন লোকৰ কৰ'ণা নিগেটিভ পোৱা গৈছে । দেওবাৰে পুনৰ 7 গৰাকী লোকৰ তেজৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় । এইসকল লোকৰ লগত সম্পৰ্ক থকা সকলৰ পাঁচখন গাঁৱৰ সীমা ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে |

গোলাঘাটৰ 43 গৰাকী জামাতীৰ দেহত নাই কৰ'ণাৰ অৱস্থিতি

লগতে পঢ়কঃ লক ডাউনত বিপৰ্যস্ত গো-মাতাৰ জীৱনঃ নিৰ্বিকাৰ চৰকাৰ, প্ৰশাসন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.